• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

৪০ ঘণ্টা বন্ধ হৃদস্পন্দন! তাৰপিছতো পুনৰ জীৱন লাভ কৰিলে এগৰাকী ব্যক্তিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:34 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা বিজ্ঞানৰ জগতত শেহতীয়াকৈ এক অবিশ্বাস্য আৰু আচৰিত ঘটনা পোহৰলৈ আহিছে। এজন ব্যক্তিয়ে প্ৰায় ৪০ ঘণ্টা ধৰি হৃদস্পন্দন বন্ধ হৈ থকাৰ পিছতো নতুন জীৱন লাভ কৰি সকলোকে স্তম্ভিত কৰি তুলিছে। সকলোতকৈ ডাঙৰ কথাটো হ’ল যে মৃত্যুৰ মুখৰ পৰা উভতি অহাৰ পিছত ব্যক্তিজন সম্পূৰ্ণ সুস্থ হৈ নিজৰ ভৰিৰে খোজ কাঢ়ি হাস্পতালৰ পৰা ঘৰলৈ উভতি গৈছে। চিকিৎসকসকলে এই সমগ্ৰ ঘটনাক এক বিৰল চিকিৎসা বিজ্ঞানৰ চমৎকাৰ বুলি অভিহিত কৰিছে।

এই ঘটনাটো সংঘটিত হৈছে চীনৰ পূব প্ৰান্তৰ এটা অঞ্চলত। প্ৰায় ৪০ বছৰ বয়সীয়া এজন ব্যক্তিয়ে প্ৰথমতে বুকুত অস্বস্তি, বিষ আৰু উশাহ লোৱাত কষ্ট অনুভৱ কৰাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আৰম্ভণিতে চিকিৎসকসকলে তেওঁক হৃদযন্ত্ৰৰ সাধাৰণ সমস্যা বুলি ভাবি চিকিৎসা আৰম্ভ কৰিছিল যদিও অতি কম সময়ৰ ভিতৰতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে। হঠাত তেওঁ কার্ডিয়াক এৰেষ্টৰ সন্মুখীন হয় অৰ্থাৎ তেওঁৰ হৃদযন্ত্ৰই কাম কৰা বন্ধ কৰি দিয়ে আৰু লগতে উশাহ-নিশাহো প্ৰায় স্তব্ধ হৈ পৰে।

Apply Now

পৰিস্থিতি অতি জটিল হোৱা দেখি চিকিৎসকসকলে লগে লগে তেওঁক চিপিআৰ দিয়াৰ লগতে ডিফিব্ৰিলেতৰ ব্যৱহাৰ কৰি হৃদস্পন্দন ঘূৰাই আনিবলৈ চেষ্টা কৰে। কিন্তু বাৰে বাৰে চেষ্টা কৰাৰ পিছতো তেওঁৰ হৃদস্পন্দন স্বাভাৱিক হোৱা নাছিল। তেনে এক সংকটপূৰ্ণ অৱস্থাত চিকিৎসকসকলে ইচিএমঅ’ নামৰ এক অত্যাধুনিক লাইফ সাপোৰ্ট ব্যৱস্থা প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয়। এই প্ৰযুক্তিৰ জৰিয়তে শৰীৰৰ বাহিৰত থকা এটা মেচিনৰ সহায়ত তেজত অক্সিজেন মিহলাই পুনৰ শৰীৰলৈ পঠিওৱা হয় যাতে হৃদযন্ত্ৰ আৰু হাওঁফাওঁৱে জিৰণি ল’ব পাৰে আৰু শৰীৰৰ বাকী অংগবোৰ সক্ৰিয় হৈ থাকে।

প্ৰায় ৪০ ঘণ্টা ধৰি ব্যক্তিজনৰ নিজৰ হৃদযন্ত্ৰই কোনো কাম কৰা নাছিল। ইমান দীঘলীয়া সময় হৃদস্পন্দন বন্ধ হৈ থকাৰ পিছত কোনো মানুহ জীয়াই থকাটো অত্যন্ত বিৰল কথা। চিকিৎসকসকলেও প্ৰথম অৱস্থাত তেওঁক লৈ বিশেষ আশা কৰা নাছিল কাৰণ ইমান দেৰি তেজ চলাচল বন্ধ হৈ থাকিলে মগজু, বৃক্ক আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংগ স্থায়ীভাৱে নষ্ট হোৱাৰ সম্ভাৱনা থাকে। কিন্তু সকলোকে আচৰিত কৰি লাহে লাহে ব্যক্তিজনৰ হৃদযন্ত্ৰই পুনৰ নিজে নিজে কাম কৰিবলৈ আৰম্ভ কৰে।

চিকিৎসকসকলৰ বাবে ই আছিল এক অলৌকিক ঘটনাৰ দৰে। হৃদস্পন্দন ঘূৰি অহাৰ পিছতো তেওঁক আৰু ১০ দিন ইচিএমঅ’ ব্যৱস্থাত ৰখা হৈছিল যাতে তেওঁৰ শৰীৰটো সম্পূৰ্ণ সুস্থিৰ হয়। আটাইতকৈ সুখৰ কথাটো আছিল যে ইমান সময়ৰ পাছতো তেওঁৰ মগজুৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল। তেওঁ সম্পূৰ্ণ সচেতন হৈ উঠে আৰু স্বাভাৱিকভাৱে কথা-বতৰা পাতিবলৈ সক্ষম হয়। আধুনিক চিকিৎসা প্ৰযুক্তি আৰু চিকিৎসকৰ দলটোৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই এই অসম্ভৱ যেন লগা ঘটনাটো বাস্তৱত সম্ভৱ হৈ উঠিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd