• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰ্থিক সংকট: অতি ধনাঢ্যসকলৰ ওপৰত ৪০ শতাংশ কৰ আৰোপৰ প্ৰস্তাৱ IRS বিষয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 27, 2020 7:50 am

1 min read

Step by Step guide to Filing Income Tax Returns this Year

প্ৰতিনিধিত্বমূলক ফটো।

1.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ ফলত দেশত এক সংকটৰ পৰিস্থিতি উদ্ভৱ হৈছে। কৰ’না মহামাৰীৰ মোকাবিলাৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহৰ বাবে তৎকালীন ব্যৱস্থা হিচাপে অতি ধনাঢ্যসকলৰ ওপৰত কৰ আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে আয়কৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে।

তদুপৰি, বিদেশী কৰ্পোৰেট সংস্থাসমূহৰ ওপৰতো উচ্চ হাৰত কৰ আৰোপৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

ভাৰতীয় ৰাজহ সেৱা (IRS) সন্থাৰ ফালৰ পৰা কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ(CBDT)ৰ অধ্যক্ষ পি চি মোদীৰ হাতত এই সন্দৰ্ভত এলানি প্ৰস্তাৱ তুলি দিয়া হৈছে।

‘FORCE’ শীৰ্ষক এই প্ৰতিবেদনত চৰকাৰলৈ এলানি প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

দেশৰ জ্যেষ্ঠ এই কৰ বিষয়াসকলে অলপতে আগবঢ়োৱা এই প্ৰস্তাৱলানিত কেবল সৎ আৰু নিয়মানুৱৰ্তী লোক তথা যিসকলে সঠিক সময়ত ৰিটাৰ্ণ জমা দিয়ে সেইসকলকৰ মাজতে কৰ ৰেহাই সীমিত ৰখাৰ প্ৰস্তাৱ দিছে।

বৰ্তমান ১কোটি টকাৰ অধিক আয়ৰ লোকসকলে ৩০ শতাংশ হাৰত আয়কৰ দিবলগীয়া হয়। দেশত এইটোৱে হৈছে আয়কৰ সৰ্বোচ্চ মাত্ৰা।

এইক্ষেত্ৰত আয়কৰ বৃদ্ধি কৰি ৪০শতাংশ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে IRS বিষয়াসকলৰ এই সংস্থাটোৱে।

তেওঁলোকে যিসকলৰ আয় ৫কোটি টকাৰ অধিক তেওঁলোকৰ সম্পদ কৰ পুনৰ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে।

অৱস্যে, কৰ বৃদ্ধিৰ এই প্ৰস্তাৱ সাময়িক বুলি জানিবলৈ দিছে দেশৰ শীৰ্ষ এই ৰাজহ বিষয়াসকলৰ সংস্থাটোৱে।

তেওঁলোকে ৩মাহৰ পৰা ৬ মাহ পর্যন্ত এই কৰ আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছে।

Tags: COVID-19

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd