• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 6, 2025 8:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংকত টকা ৰখাটোৱেই আটাইতকৈ নিৰাপদ। বেছিভাগ মানুহেই এই বিশ্বাসৰ ওপৰত নিজৰ মূলধন বেংকত ৰাখে। কিন্তু এইবাৰ সেই বেংকতেই সংঘটিত হৈছে জালিয়াতি। গ্ৰাহকৰ আস্থা অৰ্জন কৰি ৪ কোটিৰো অধিক ধন প্ৰতাৰণা কৰিলে বেংকটোৰ এগৰাকী শীৰ্ষ বিষয়াই।

বুধবাৰে গভীৰ নিশা ভগ্নীৰ বিবাহ অনুষ্ঠানৰ পৰা বেংকৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আদালতত হাজিৰ কৰাৰ পিছত বৰ্তমান তেওঁ জেলৰ জিম্মাত আছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Apply Now

সাক্ষী গুপ্তা ৰাজস্থানৰ কোটাৰ আই চি আই চি আই বেংক শ্ৰীৰাম নগৰ শাখাৰ ৰিলেচনশ্বিপ মেনেজাৰ আছিল। অভিযোগ অনুসৰি ২০২০ চনৰ পৰা ২০২৩ চনলৈ তেওঁ ৪১ জন গ্ৰাহকৰ ১১০ টা একাউণ্টৰ পৰা ৪.৫৮ কোটি টকা অবৈধভাৱে উলিয়ালে। আনকি তেওঁ ফোন নম্বৰ সলনি কৰিলে যাতে গ্ৰাহকে লেনদেনৰ বিষয়ে একো জানিব নোৱাৰে।

যদিও দুবছৰ ধৰি এই প্ৰৱঞ্চনা চলি আছিল, তথাপিও বেংকৰ কোনেও এই বিষয়ে কোনো ধাৰণা ল’ব পৰা নাছিল। এই খবৰ ১৮ ফেব্ৰুৱাৰীত পোহৰলৈ আহে। এজন গ্ৰাহকে বেংকলৈ আহি এফ ডিৰ বিষয়ে সোধা-পোছা কৰি বিষয়টো বেংক কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই থানাত এজাহাৰ দাখিল কৰে।

তদন্তকাৰী বিষয়া ইব্ৰাহিম খানে কয় যে, “বেংকৰ বিষয়াজনে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ফোন নম্বৰ এই একাউণ্টসমূহৰ সৈতে সংযোগ কৰি ৪ কোটিতকৈ অধিক ধন উলিয়াইছিল। আনকি তেওঁ এনে এটা ব্যৱস্থাও সৃষ্টি কৰিছিল যাৰ জৰিয়তে তেওঁ নিজৰ ফোনত অ’টিপি লাভ কৰিব পাৰিছিল আৰু একাউণ্টধাৰীয়ে কোনো ধৰণৰ প্ৰৱঞ্চনাৰ আভাস নাপালে।”

এই সন্দৰ্ভত আইচিআইচিআই বেংকে এক বিবৃতিত কয়, “আমাৰ বাবে আমাৰ গ্ৰাহকৰ স্বাৰ্থ সৰ্বোচ্চ। প্ৰৱঞ্চনামূলক কাৰ্যকলাপ আমাৰ দৃষ্টিগোচৰ হোৱাৰ পিছতহে আমি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিলো আৰু কৰ্মচাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছতহে আমি আপোনালোকক আশ্বস্ত কৰিব বিচাৰিছো যে এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোকে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে।”

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd