DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিল্পী মানস ৰবীনৰ তৎপৰতাত তেলেংগনাত আৱদ্ধ ৪১ জন লোক অসমত আহি উপস্থিত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 17, 2020 8:50 pm
index.jpg00
454
VIEWS
Share on FacebookShare on Twitter

শিল্পী মানস ৰবীনৰ তৎপৰতাত তেলেংগনাত আবদ্ধ হৈ থকা ৪১ জন লোকে বাছ যোগে গৃহভূমি অসমত আজি উপস্থিত হয়৷

তেলেংগনা ৰাজ্যৰ পৰা অহা উক্ত লোকসকলক আদৰিবলৈ সৰুসজাইত উপস্থিত হয় জনপ্ৰিয় শিল্পী মানস ৰবীন।

ল’কডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছিল অসমৰ বহু লোক।

তেলেংগনাত আৱদ্ধ বহু অসমীয়াই ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰি কোনো সহায় লাভ নকৰাত মানস ৰবীনলৈ ৩০ এপ্ৰিলত এক পত্ৰ যোগে সহায়ৰ আহ্বান জনাইছিল ৷

“তেওঁলোক ৩০ এপ্ৰিলত এক পত্ৰ যোগে মোক জনাইছিল৷ কেনেদৰে গ্ৰুপ হ’ব লাগে কি কি কৰিব লাগে সকলো বুজাই দি গৈছিলো৷ মই তেওঁলোক তাত থাকিব কৈছিলো ৷ কিন্তু কিছুমানৰ পানী, বিদ্যুৎ সংযোগ কাটি দিছিল৷ সেয়ে কেনেদৰে আহিব পাৰি তাৰ সহায় কৰিছিলো৷সম্পূৰ্ণ দায়িত্ব লৈছিলো৷ ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰিছিলো কিবা কৰিব পাৰি নেকি৷ কিন্তু সহায় নাপালো।” নৰ্থইষ্ট নাওক শিল্পী গৰাকীয়ে ফোন যোগে কয় শিল্পী গৰাকীয়ে।

ইপিনে বাছ যোগে আজি দিনৰ ভাগত সৰুসজাইত উপস্থিত হয় দলটো৷

দলটোৱে তেলেংগনাৰ পৰা অসমলৈ আহোঁতে প্ৰায় ৫ লাখ টকা খৰচ হৈছে বুলি জানিবলৈ দিয়ে শিল্পীজনে৷

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd