• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছ: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল ৪১জন কাৰাবন্দীক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 7:28 am
Prisoners-released-from-Tezpur-Jail-on-Saturday.-Image-credit-Northeast-Now-1140x570

তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শনিবাৰে মুকলি কৰি দিয়া কাৰাবন্দীসকলৰ একাংশ। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ আতংকৰ মাজতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই শনিবাৰে ৪১জন কাৰাবন্দীক মুকলি কৰি দিয়ে।

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ জেইল অধীক্ষক মৃন্ময় ডাউকাই জানিবলৈ দিয়ে যে উচ্চতম ন্যায়ালয়ে অলপতে দেশৰ কাৰাগাৰ সমূহত থকা অতিৰিক্ত কাৰাবন্দীসকলক মুকলি কৰিবলৈ নিৰ্দেশ দিছিল।

Apply Now

‘’সৰ্বোচ্চ ন্যায়ালয়খনৰ নিৰ্দেশ অনুসৰি, বিভিন্ন অপৰাধৰ অভিযোগত কাৰাবন্দী হৈ থকা ৪১জনক তেজপুৰ আৰক্ষীক গতাই দিয়া হয়। অৱশ্যে, ৪১জন কাৰাবন্দীৰ ভিতৰত ২৩ জন কাৰাবন্দীক স্বাস্থ্য বিভাগ আৰু তেজপুৰ আৰক্ষীৰ নিৰীক্ষণৰ অধীনত আইছ’লেশ্যনত ৰখা হ’ব,’’-ডাউকাই জনায়।

ইয়াৰ মাজতে চৰকাৰে অঞ্চলটোত COVID19 ৰোগীৰ বাবে  বৃহৎ মেন্টেল হেলথ ইনষ্টিটিউটৰ প্ৰস্তুতি চলাইছে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক COVID19ৰ সংক্ৰমণ প্ৰতিৰোধত সহায় কৰিবলৈ কাৰাগাৰসমূহৰ ভিৰ ৰোধ কৰিবলৈ কোনবোৰ কাৰাবন্দীক ৪ৰপৰা ৬ সপ্তাহলৈ পেৰ’লত মুকলি কৰি দিব পাৰি সেয়া নিৰ্দ্ধাৰণ কৰাৰ বাবে সংশ্লিষ্ট উচ্চ পৰ্যায়ৰ কমিটি গঠনৰ নিৰ্দেশ দিছিল।

মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু ন্যায়াধীশ সূৰ্যকান্তক লৈ গঠিত এখন বিচাৰপীঠে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত কৰ্তৃপক্ষক ৭ বছৰ পৰ্যন্ত কাৰবাস খাটিবলগীয়া অভিযুক্ত বা অপৰাধৰ অভিযোগ থকাসকলক পেৰ’লত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে কৈছিল: ‘’আমি সেয়েহে, নিৰ্দেশ দিও যে প্ৰতিখন ৰাজ্যই গৃহ সচিব তথা অধ্যক্ষ, ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষক লৈ এথন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি কাৰাবন্দীসকলৰ (মুকলি কৰি দিবলগীয়া) শ্ৰেণী নিৰ্দ্ধাৰণ কৰক।‘’

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd