• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হত্যাৰ অভিযোগত ৪৩ বছৰ কাৰাবাস : অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল নিৰ্দোষী মহিলা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 21, 2024 4:27 pm
141
VIEWS
Share on FacebookShare on Twitter

হত্যাৰ অভিযোগত কাৰাবাস খাটি থকা ৪৩ বছৰ সম্পূৰ্ণ হ’ল এগৰাকী মহিলাৰ। মহিলাগৰাকী জেললৈ যোৱাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল ৰ’নাল্ড ৰেগান। ছোভিয়েট তেতিয়াও এক মহান শক্তিশালী সংঘ আছিল।

সেই সময়ত পুথিভঁৰালৰ কৰ্মী পেট্ৰিচিয়া জেচকেক হত্যা কৰাৰ অপৰাধত জেললৈ গৈছিল বিশ বছৰীয়া চেণ্ড্ৰা হেমে। নিৰ্দেশ আছিল যাৱজ্জীৱন কাৰাদণ্ডৰ। কিন্তু টোপনিৰ বড়িৰ প্ৰভাৱত স্বীকাৰোক্তি দিয়াৰ বাহিৰে প্ৰায় কোনো প্ৰমাণ পোৱা নাছিল আৰক্ষী আৰু আদালতে।

৪৩ বছৰৰ পাছত ৬৪ বছৰীয়া চেণ্ড্ৰাক আদালতে দোষমুক্ত কৰে। সেই হত্যাকাণ্ডৰ লগত  চেণ্ড্ৰা জড়িত নহয় বুলি ৰায় দিয়ে আদালতে।

ইয়াৰ পিছতে আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘ সময় কাৰাগাৰত বন্দী হোৱা নিৰীহ হৈ পৰিল চিণ্ড্ৰা।

আমেৰিকাৰ মিছৌৰীত অনুষ্ঠিত হৈছে এই অনুষ্ঠান। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ গোচৰটো এতিয়াও চলি থাকিব। কিন্তু চাৰ্কিট কোৰ্টৰ ন্যায়াধীশ ৰিয়ান হৰ্ছমেনৰ ১১৮ পৃষ্ঠাৰ ৰায়দানত ছেণ্ড্ৰাৰ অধিবক্তাৰ যুক্তি অপ্ৰত্যাশিত বুলি ধৰা হয়। ফলত ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁৰ নিৰ্দোষতাৰ প্ৰমাণ আদালতৰ বাবে গ্ৰহণযোগ্য।

আটাইতকৈ ডাঙৰ কথাটো হ’ল স্থানীয় আৰক্ষীয়ে তেওঁক দোষী সাব্যস্ত কৰাৰ পৰিকল্পনা ৰচনা কৰিলে। আজি দেখা গৈছে যে, পৰিঘটনাৰ কালছোৱাত প্ৰাক্তন আৰক্ষী জোৱান মাইকেল হোলমেন আচলতে দোষী হ’ব পাৰে। ঘটনাৰ দিনা অঞ্চলটোত দেখা গৈছিল হোলমেনৰ গাড়ী। তাতোকৈ ডাঙৰ কথাটো হ’ল হোলমেনে হত্যা কৰা পেট্ৰিচিয়াৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল। তেওঁ দাবী কৰিছিল যে তেওঁ ইয়াক এটা খাৱৈত সংগ্ৰহ কৰিছিল।

আনকি পেট্ৰিচিয়াৰ দুটা সোণৰ কাণফুলিও হোলমেনৰ ঘৰত উদ্ধাৰ কৰা হৈছিল।

প্ৰসংগক্ৰমে পিছত আন এটা কাণ্ডত মাইকেল হোলমেনক গ্ৰেপ্তাৰ কৰা হয়। ২০১৫ চনত তেওঁৰ মৃত্যু হয়।

শুকুৰবাৰে মুকলি কৰি দিয়া হয় চেণ্ড্ৰাক। মিছৌৰীৰ কিলিকোথে নামৰ চহৰৰ জেলৰ পৰা চেণ্ড্ৰাক মুকলি কৰি দিয়া হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd