• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক ডিফুৰ পৰা নগাঁও কাৰাগাৰলৈ স্থানান্তৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 18, 2018 7:36 pm

1 min read

Dokmoka lyncing case accused
280
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ডকমকা কাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে।

সেই অনুযায়ী আজি দিনৰ ভাগত ৰাজ্য জোকাৰি যোৱা উক্ত নৃশংস হত্যাকাণ্ডৰ ৪৭জন অভিযুক্তক কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ কাৰাগাৰৰ পৰা নগাঁৱলৈ লৈ অহা হয়।

নগাঁৱলৈ আনি পোনে পোনে আটাইকেইজন অভিযুক্তক জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। নগাঁও জিলা সত্ৰ ন্যায়াধীশ সংগীতা গগৈ বৰাৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে কেউজন অভিযুক্তক নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে এই কাণ্ডৰ সৈতে জড়িত মুঠ ৪৮ জনক এতিয়ালৈকে চিনাক্ত কৰি বিচাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে যদিও ইয়াৰে এজন নাবালক হোৱাৰ বাবে ৪৭ জনকহে আজি নগাঁৱলৈ লৈ অহা হয়।

চলিত বৰ্ষৰ জুন মাহত ডকমকাত সংঘটিত নৃশংস হত্যাকাণ্ডত গুৱাহাটীৰ পৰা ফুৰিবলৈ যোৱা দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথক একাংশ উন্মাদ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd