• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অসমৰ কুশল কোঁৱৰ শৰ্মা, ইন্দিৰা পি পি বৰা, ৰবি কুমাৰ আৰ, যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2020 10:12 pm

1 min read

Kushal-Konwar-Sarma-750x375

পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মা।

1.2k
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে পদ্ম বঁটা (পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী)ৰ ঘোষণা কৰিছে আৰু প্ৰাপকসকলৰ মাজত অসমৰ ৫জন লোকে পদ্মশ্ৰী বঁটা লাভ কৰিছে।

বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ আগ বঢ়োৱা অনন্য বৰঙনিৰ বাবে অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্ম শ্ৰী সন্মান আগ বঢ়োৱা হৈছে।

ডা: কুশল কোঁৱৰ শৰ্মাৰ উপৰি চিকিৎসা শিতানত ডা: ৰবি কুমাৰ আৰ, কলাত ইন্দিৰা পি পি বৰা আৰু সাহিত্য আৰু শিক্ষাৰ শিতানত ড০ যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মা খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শল্য চিকিৎসা আৰু ৰেডিঅ’লজি বিভাগৰ মুৰব্বী অধ্যাপক।

যোৱা তিনিটা দশক ধৰি ডা: শৰ্মাই সমগ্ৰ দেশতে বন্যপ্ৰাণীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰশংসনীয় বৰঙনি আগ বঢ়াই আহিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত।

উৎকৃষ্ট মানৰ অসমীয়া গল্প, উপন্যাস লিখি অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙনি আগ বঢ়াই অহা অৰুণাচল প্ৰদেশৰ য়েছে দৰ্জী ঠংছিকো সাহিত্য আৰু শিক্ষা শিতানত পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd