• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

নৰ্থ-ইষ্ট নাও,  গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 27, 2025 4:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিষ্যাত সংঘটিত হৈছে ইটোৰ পিছত সিটো গণধৰ্ষণ। এইবাৰ ময়ুৰভঞ্জ জিলাত সংঘটিত হৈছে আন এক লোমহৰ্ষক গণধৰ্ষণ। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মন্দিৰৰ পৰা ঘৰলৈ উভতি আহোঁতে তিনিজন লোকে এগৰাকী যুৱতীক অপহৰণ কৰি এখন হাবিলৈ লৈ যায়। তাৰ পিছত যুৱতীগৰাকীক দলবদ্ধভাবে ধৰ্ষণ কৰা হয়।

যোৱা ১০ দিনত উৰিষ্যাত ৫টা দলৱদ্ধ ধৰ্ষণ সংঘটিত হৈছে। সেয়ে ৰাজ্যৰ প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই ঘটনাই মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ৰাজ্যৰ শাসকীয় দল বিজেপিক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি ২৫ জুন অৰ্থাৎ বুধবাৰে স্থানীয় মন্দিৰৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত তিনিজন লোকে এগৰাকী যুৱতীক তুলি লৈ যায়। তাৰপিছত নিৰ্জন হাবিলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰে। এই ঘটনাত আৰক্ষীয়ে বিকাশ পাত্ৰ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বাকী দুজন বৰ্তমানেও পলাতক হৈ আছে। দুয়োকে বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইয়াৰ পূৰ্বেও এগৰাকী যুৱতীগৰাকীয়ে এজন বন্ধুৰ সৈতে গোপালপুৰলৈ এটা উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহোতে দহজন যুৱকৰ দলৱদ্ধ ধৰ্ষণৰ বলি হয়।

তাৰ পিছত যোৱা ১৮ জুনত আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে। কেওঁঝাৰত এগৰাকী ১৭ বছৰীয়া কিশোৰীক দলবদ্ধভাবে ধৰ্ষণ আৰু হত্যা কৰি গছত ওলোমাই থোৱা হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, কিশোৰীগৰাকীৰ শৰীৰত আঘাতৰ চিন আছিল। মৃত্যুৰ পূৰ্বেই তাইক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

ইয়াৰ পিছদিনা ১৯ জুন তাৰিখে আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ খবৰ আহিল। এই ঘটনা সংঘটিত হয় ময়ুৰভঞ্জত। অভিযোগ অনুসৰি, সেই নিশা চাৰিজন লোকে এগৰাকী মহিলাৰ ঘৰত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে অপহৰণ কৰে। তাৰ পিছত তেওঁক ধৰ্ষণ কৰা হয়। চাৰিওজন অভিযুক্তই চিনাকি আছিল ভুক্তভোগী মহিলাগৰাকী। ঘটনাৰ সময়ত ঘৰত নাছিল স্বামীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য।

তাৰ পিছত ২৫ জুনত গঞ্জাম জিলাৰ বেহৰমপুৰত এগৰাকী ১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী ক্লিনিকৰ মালিকৰ বিৰুদ্ধে।

এই ঘটনাৰ পিছত ৰাজ্যৰ মহিলাসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰশাসনৰ ভূমিকাক লৈও আৰম্ভ হৈছে সমালোচনা। এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কটক কংগ্ৰেছৰ বিধায়িকা ছফিয়া ফিৰদৌছে বিজেপি চৰকাৰক গৰিহণা দিয়ে। সৰ্বভাৰতীয় সংবাদ সংস্থা এটাৰ আগত তেওঁ কয় যে, “এয়া অতি দুখ আৰু লজ্জাৰ বিষয়। নতুন চৰকাৰৰ এবছৰৰ ভিতৰত উৰিষ্যাত যিদৰে মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে, সেয়া বৰ লজ্জাজনক কথা। ইমান ডাঙৰ কাণ্ডৰ পিছতো চৰকাৰে কোনো আক্ষেপ প্ৰকাশ কৰা নাই বা কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নাই।”

নৰ্থ-ইষ্ট নাও,  গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd