DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল কাৰাটেৰ অসম দলত বৰপেটাৰ ৫ খেলুৱৈ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 25, 2018 4:49 pm
assam karate

ফটো : নৰ্থ-ইষ্ট নাও

338
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ ইন্দোৰত অহা ২৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৬৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল কাৰাটেৰ অসম দলত বৰপেটাৰ পাঁচগৰাকী কাৰাটে খেলুৱৈয়ে স্থান লাভ কৰিছে। খেলুৱৈ কেইগৰাকীৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে জিলাখনৰ খেলুৱৈ সমাজ।

উল্লেখ্য যে, ২৫ ডিচেম্বৰ পৰা ৩১ ডিচেম্বৰলৈ ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় স্কুল কাৰাটেত অসম দলক প্ৰতিনিধিত্ব কৰিব লগা বৰপেটাৰ খেলুৱৈ সকল হ’ল ক্ৰমে ১৪ বছৰ অনূৰ্ধ্বত বিক্ৰম ৰুদ্ৰমন্ত(৪০ কেজি কুমিটি) ৰহিত ৰজক (৫৫ কেজি কুমিটি) ১৭ বছৰ অনূৰ্ধ্বত ছাৰহান ৰছুল (৫০ কেজি কুমিটি) আৰু হানী আলী (৫২ কেজি কুমিটি) নামৰ ছোৱালীগৰাকী।

আনহাতে জানুৱাৰি মাহৰ দ্বিতীয় সপ্তাহৰ পৰা পঞ্জাৱৰ অমৃতসৰত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় স্কুল কাৰাটেত বৰপেটাৰে প্ৰতিভাৱান খেলুৱৈ নিচাদ আলী (৭০ কেজি কুমিটি)এ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে, অসম দলত স্থান লাভ কৰা বৰপেটাৰ খেলুৱৈ সকলক বৰপেটা জিলা কাৰাটে ডো সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক হাচমত আলীয়ে প্ৰশিক্ষণ প্ৰদান কৰি আছে।

Recent News

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd