• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত ৫০টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত অনুমোদন : পাহাৰীয়া অঞ্চলত ৯০২ কিলোমিটাৰ পথৰ উন্নয়নত অগ্ৰাধিকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 22, 2024 4:17 pm
121
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে মণিপুৰত ১,০২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫০টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত অনুমোদন জনাইছে।

ইয়াৰে ভিতৰত ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত ৯০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৪টা প্ৰকল্প আছে। পাহাৰীয়া অঞ্চলৰ ৮টা প্ৰকল্পৰ ১২৫ কিলোমিটাৰ পথৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকী ১২০০০ কোটি টকা ব্যয়সাপেক্ষ ৭৭৭ কিলোমিটাৰ পথৰ ৩৬টা প্ৰকল্পৰ কাম চলি আছে।

মন্ত্ৰালয়ৰ ২০২৪-২৫ বাৰ্ষিক পৰিকল্পনাত ১,৩৫০ কোটি টকা ব্যয়সাপেক্ষ মুঠ ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আছে আৰু দুয়োটা পাহাৰীয়া অঞ্চলত নিৰ্মাণ কৰা হৈছে।

চিআৰআইএফ মন্ত্ৰালয়ৰ অধীনত ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰভিত্তিত ৰাজ্যিক পথৰ কামৰ তালিকা অনুমোদন জনায়। ৰাজ্য চৰকাৰে দিয়া অগ্ৰাধিকাৰ তালিকাত মুঠ ১১১টা কামৰ ভিতৰত বিঅ’এছ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি মন্ত্ৰালয়ে অগ্ৰাধিকাৰৰ ক্ৰমত ৫৭টা কামত অনুমোদন জনাইছে। পাহাৰীয়া ৰাজ্যৰ বাবে অনুমোদিত বিঅ’এছ অনুপাত ৪ৰ বিপৰীতে এতিয়া ৯.৮১ কৰা হৈছে।

Recent News

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd