• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত ৫০০ বিচনাযুক্ত ক’ভিড কেন্দ্ৰ মুকলি

NE NOW NEWS এন ই নাও নিউজ
তিনিচুকীয়া , September 30, 2020 7:48 am

1 min read

তিনিচুকীয়াত ৫০০ বিচনাযুক্ত ক’ভিড কেন্দ্ৰ মুকলি

ফটো : নৰ্থ-ইষ্ট নাও

162
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া নগৰৰ সমীপৱৰ্তী বৰগুৰিৰ সৰ্বানন্দ সিংহ নগৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (চাই) ষ্টেডিয়ামত মঙলবাৰে ক’ভিড চিকিৎসা কেন্দ্ৰ এটি মুকলি কৰে।

অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিশানে ক’ভিড চিকিৎসা কেন্দ্ৰটি মুকলি কৰে।

কেন্দ্ৰটোত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে পাঁচ শ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে।

পাঁচ শ খন বিচনাযুক্ত এই কেন্দ্ৰটোৱে ক’ভিড ৰোগী সকলৰ থকা আৰু চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ’ব বুলি শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে উল্লেখ কৰে।

উল্লেখযোগ্য যে, পূৰ্বৰে পৰা চাইৰ এই কেন্দ্ৰটোত ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলি আহিছে। আজি পুনৰ পাঁচ শ খন বিচনাযুক্ত ক’ভিড কেন্দ্ৰ মুকলি কৰা বিষয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ক’ভিড চিকিৎসা কেন্দ্ৰ মুকলি অনুষ্ঠানত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতি, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আলটাফ আহমেদ আদি উপস্থিত আছিল ।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd