• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পথৰ ওপৰেৰে ভাহিল ৫০০০০ লিটাৰ ৰেড ৱাইন, ছ’চিয়েল মিডিয়াত বিভিন্নজনৰ দুখ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 27, 2020 2:59 pm

2 min read

পথৰ ওপৰেৰে ভাহিল ৫০০০০ লিটাৰ ৰেড ৱাইন, ছ’চিয়েল মিডিয়াত বিভিন্নজনৰ দুখ
270
VIEWS
Share on FacebookShare on Twitter

পথৰ ওপৰেৰে ৱাইনৰ নদী বৈ যোৱা দৃশ্য দেখিলে আপুনি নিশ্বয় অবাক হৈ পৰিব। আপুনি, মই অবাক হ’বলগীয়া এনে ঘটনা এটা সংঘটিত হৈছে স্পেইনৰ কোনো অঞ্চলৰ এটা পথত।

বৰ্তমান এই দৃশ্য ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈ পৰিছে।

স্পেইনৰ উক্ত পথটোত হঠাতে হাজাৰ হাজাৰ লিটাৰ ৰেড ৱাইন ভাহি অহা দৃশ্য কোনোবা লোকে মোবাইলত বন্দী কৰি ৰাখে আৰু শুকুৰবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ভিডিঅ’টোত স্পষ্ট ৰূপত দেখা পোৱা যায় যে পথৰৰ ওপৰেৰে ভাহি অহা সেয়া ৰেড ৱাইন।

Al principio estaba tratando de descifrar de que se trataba…:reventón en Villamalea #España, 50 mil litros de vino perdidos pic.twitter.com/64ki4KtITJ

— Glenda Umaña (@GlendaAhora) September 26, 2020

পথৰ ওপৰেৰে হাজাৰ হাজাৰ লিটাৰ ৰেড ৱাইন ভাহি যোৱা দৃশ্য দেখি বহু লোকে দুখো প্ৰকাশ কৰে। একাংশই এই ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ইমান দামী মদ ভাহি যোৱাৰ বিপৰীতে যদি আমি পালো হেতেন।

জানিব পৰা মতে, স্পেইনৰ এটা ৱাইন ফেক্টৰিৰ কণ্টেনাৰ ফাটি যোৱাৰ বাবে ৫০ হাজাৰ লিটাৰ ৰেড ৱাইন পানীৰ দৰে পথৰৰ ওপৰেৰে ভাহি যায়।

ভিভিঅ’টোত বেডোগাছ ভিটিনাছ ৱাইন ফেক্টৰিৰ কণ্টেনাৰৰ পৰা ৰেড ৱাইন ওলাই থকা স্পষ্ট ৰূপত দেখা পোৱা যায়। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো ৰঙা ৰঙা হৈ পৰে।

এইদৰে ৰেড ৱাইন পথৰ ওপৰেৰে ভাহি যোৱা দৃশ্যক লৈ তীব্ৰ চৰ্চা হোৱাৰ লগতে ছ’চিয়েল মিডিয়াত বিভিন্ন মীম শ্বেয়াৰ হোৱাও পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বেডোগাছ ভিটিনাছৰ স্থাপন ১৯৬৯ চনত হৈছিল।

Recent News

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd