• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিএডি গাওঁবুঢ়া সন্থাৰ ১৩ তম প্ৰতিষ্ঠা দিৱস পালন

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰৰ , January 6, 2018 6:01 pm

1 min read

বিটিএডি গাঁওবুঢ়া সন্থাৰ ১৩ তম প্ৰতিষ্ঠা দিৱস
90
VIEWS
Share on FacebookShare on Twitter

আজি কোকৰাঝাৰ জিলাৰ খাৰগাঁওস্থিত বিটিএডি গাওঁবুঢ়া ভৱনত বিটিএডি গাওঁবুঢ়া সন্থাৰ ১৩ তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বিটিএডি গাঁওবুঢ়া সন্থাৰ সভাপতি ধনঞ্জয় ব্ৰহ্মই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীটোত তেওঁলোকে বিটিএডি গাওঁবুঢ়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত গোপাল চন্দ্ৰ বসুমতাৰীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। অনুষ্ঠানটোত বিটিএডি গাঁওবুঢ়া সন্থাৰ সভাপতি ধনঞ্জয় ব্ৰহ্মই বিটিচি প্ৰশাসনে গাঁওবুঢ়া সন্থাৰ সতে সহযোগিতা নকৰাৰ অভিযোগ তোলে। তেওঁৰ উপৰি সন্থাটোৰ বাকীসকল সদস্যয়ো ৰাজহ গাঁও অনুপাতে চৰকাৰে গাওঁবুঢ়া নিযুক্তি নিদিয়াৰ অভিযোগ আনি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। মন কৰিবলগীয়া যে কোকৰাঝাৰ আৰু চিৰাং জিলাত এজনো চৰকাৰী গাওঁবুঢ়া নাই। আনহাতে গাওঁবুঢ়া নিযুক্তিত অৰ্হতা আৰু চৰ্ত আৰোপ কৰাৰ প্ৰতিবাদত একাংশ গাওঁবুঢ়াই ন্যায়ালয়ত গোচৰ তৰাৰ ফলত গাওঁবুঢ়া নিযুক্তিৰ বিষয়টো বৰ্তমান ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে। চৰকাৰী নটিফিকেচন মতে কোকৰাঝাৰত ৩১৭ টা গাওঁবুঢ়াৰ পদ আৰু চিৰাঙত ১৭২ টা গাঁওবুঢ়াৰ পদ আছে যদিও জিলাদুখনত এজনো চৰকাৰী গাঁওবুঢ়া নাই।

 

 

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd