• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিংগাপ’ৰত আছিয়ান দেশসমূহক গুৱাহাটীত দূতাৱাস স্থাপনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 11:41 am
বৈদেশিক মন্ত্ৰী স্বৰাজৰ সৈতে মুখ্যমন্ত্ৰী

বৈদেশিক মন্ত্ৰী স্বৰাজৰ সৈতে মুখ্যমন্ত্ৰী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছিংগাপ’ৰ আৰু অন্যান্য আছিয়ান (ASEAN) দেশসমূহক গুৱাহাটীত তেওঁলোকৰ দূতাৱাস স্থাপন কৰাৰ বাবে আহ্বান জনায়। ছিংগাপ’ৰৰ মেৰিনা বে’ ছেণ্ডত আয়োজিত আছিয়ান-ভাৰত প্ৰৱাসী ভাৰতীয় দিৱসত প্ৰদান কৰা ভাষণত তেওঁ এই আহ্বান জনায়।

সোনোৱালে কয়, ‘বাংলাদেশ আৰু ভূটানে ইতিমধ্যে গুৱাহাটীত তেওঁলোকৰ দূতাৱাস স্থাপন কৰিছে। মই আমাৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজক তেওঁৰ উৎকৃষ্ট কামৰ বাবে ধন্যবাদ জনাইছো আৰু আমি ছিংগাপ’ৰ আৰু অন্যান্য আছিয়ান দেশসমূহক গুৱাহাটীত তেওঁলোকৰ দূতাৱাস স্থাপন কৰাৰ বাবে আহ্বান জনাইছো।’

Apply Now

মুখ্য মন্ত্ৰীজনে কয়, ‘আমি আমাৰ প্ৰচেষ্টাক এক নীতিগত গতি দিবৰ বাবে সুকীয়া এটা এক্ট ইষ্ট নীতি পৰিক্ৰমা মন্ত্ৰ্যালয় স্থাপন কৰিছো। গুৱাহাটীক কেন্দ্ৰ হিচাপে লৈ গোটেই বিশ্বৰ ব্যৱসায়ৰ চাহিদা পূৰণ কৰিব পৰাকৈ অসমে বিশ্বমানৰ পৰিকাথামো নিৰ্মাণৰ পথত সুদৃঢ় খোজ আগবঢ়াইছে।’

মুখ্য মন্ত্ৰীজনে কয় যে গুৱাহাটীক আছিয়ানৰ সৈতে ভাৰতৰ সংযোগপথ কৰি দেশসমূহৰ মাজৰ বন্ধুত্বক পুনৰ নৱীকৰণ কৰাৰ বাবে দক্ষিণ-পূব এছিয়াৰ সৈতে অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কক ব্যৱহাৰ কৰিব লাগিব।

অসমৰ সৈতে আছিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ঘনিষ্ঠ সম্পৰ্কৰ উল্লেখ কৰি সোনোৱালে কয় অসম আৰু আছিয়ান দেশসমূহৰ মাজত বিনিয়োগ আমদানি, পৰ্য্যটনৰ বিকাশ আৰু মানুহৰ মাজত ভাব বিনিময়ৰ ক্ষেত্ৰত ভাৰতমূলীয় লোকসকলে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে।

আছিয়ান- ভাৰত প্ৰৱাসী ভাৰতীয় দিৱসত দেওবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী স্বৰাজৰ সৈতে ছিংগাপ’ৰৰ বৈদেশিক মন্ত্ৰী ৱিৱিয়ান বালাক সাক্ষাৎ কৰে।

 

লুলু গ্ৰুপৰ সঞ্চালক য়ুছুফ আলিৰ সৈতেও সোনোৱাল এক বৈঠকত মিলিত হয় আৰু তেওঁক এদৱাণ্টেজ আচামঃ বিশ্ব বিনিয়োগ সন্মিলন ২০১৮লৈও তেওঁক আমন্ত্ৰণ কৰে। অসমত শীতল ভঁৰাল পাতি ফল-মূল ৰপ্তানিৰ বাবে খুব আগ্ৰহ প্ৰকাশ কৰা আলিক চৰকাৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ মুখ্য মন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd