DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়াৰ কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 8:03 am
আধাৰ কাৰ্ড
117
VIEWS
Share on FacebookShare on Twitter
অহা ফেব্ৰুৱাৰি মাহৰ পৰা সমগ্ৰ অসমত আধাৰ কাৰ্ড তালিকাভুক্তৰ কাম আৰম্ভ হ’ব। ৰাজ্যৰ  ৩৩খন জিলাৰ ১০টা সংমণ্ডলৰ ৭৯৯৬ টা গাওঁ পঞ্চায়ত পৰ্যায়ৰ কেন্দ্ৰত চলিব আধাৰ কাৰ্ড প্ৰস্তুতৰ প্ৰক্ৰিয়া। আধাৰ কাৰ্ড প্ৰস্তুত কাৰ্য প্ৰক্ৰিয়া ইউনিক আইডেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়া(ইউ আই ডি এ আই)ৰ অধীনত অসমৰ সাধাৰণ প্ৰশাসন বিভাগে ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ কৰিব।

ইউ আই ডি এ আইৰ এক বিশেষ সূত্ৰই জানিব দিয়া অনুসৰি অহা সপ্তাহৰ পৰা অসমৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰ কেন্দ্ৰ সমূহ স্থাপন কৰাৰ বাবে নিবিদা আহ্বান কৰিব। এই নিবিদা প্ৰক্ৰিয়া সুকলমে সম্পন্ন হ’লে ফেব্ৰুৱাৰি মাহৰ পৰাই অসমৰ গাঁৱে-ভূঞে আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ হ’ব।

ইউ আই ডি এ আইয়ে জানিবলৈ দিয়া অনুসৰি বঙাইগাওঁ, কাছাৰ, দৰং, ডিব্ৰুগড়, যোৰহাট, কামৰূপ(ম)আৰু শোণিতপুৰ জিলাৰ অনুমোদিত বেংক সমূহে আধাৰ কাৰ্ডৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। এলাহাবাদ বেংক, দেনা বেংক, এক্সিছ বেংক, কানাড়া বেংক, আই দি বি আই বেংক, কৰ্পৰেশ্যন বেংক আৰু আই চি আই চি আই বেংকৰ মুঠ ২১টা শাখাত উক্ত ৭খন জিলাৰ আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইউনিক আইডেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াই এই বেংক কেইটাক অনুমোদন জনাইছে।

লক্ষ্যণীয় যে ইউনিক আইডেণ্টিফিকেশ্যন অথ’ৰিটি অৱ ইণ্ডিয়াই সকলো নাগৰিককে প্ৰদান কৰিবলগীয়া ১২টা সংখ্যা যুক্ত এখন পৰিচয় পত্ৰ। উল্লেখণীয় যে গ্ৰাহকসকলে আধাৰ নং সংগ্ৰহৰ বাবে নিজৰ পৰিচয়ৰ প্ৰমাণ, ফটো, আঙুলিৰ চাপ, বয়স আদি দিব লাগিব।

মনকৰিবলগীয়া যে কেন্দ্ৰই বেংক আৰু নিজৰ মোবাইল নংৰ লগত আধাৰ নং সংযোজনৰ সময়সীমা ২০১৮ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰি দিছে।

অতি শীঘ্ৰে ৰাজ্যৰ ২১৬ টা ডাক ঘৰতো লোক সকলৰ সুবিধাৰ্থে আধাৰ কাৰ্ড প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিব বুলি জনায়।

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd