• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিভিন্ন কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ আয়োজন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , June 20, 2019 6:25 pm

1 min read

yoga
792
VIEWS
Share on FacebookShare on Twitter

সমগ্র দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো অহা ২১ জুন তাৰিখে বিভিন্ন কাৰ্যসূচীৰে পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব।

স্থানীয় চাওলুং চ্যুকাফা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্ৰীয় অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৬.৩০ বজাত পঞ্জীয়ন, পুৱা ৭ বজাৰ পৰা ৮ বজালৈ যোগাসন (Common Yoga Protocol or CYP), পুৱা ৮ বজাত সমূহীয়া যোগ প্ৰদৰ্শন আৰু ৮ বজাৰ পৰা ১০.৩০ বজালৈ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত দিনৰ ১১.৩০ বজাত আলোচনা চক্ৰ, বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে এক বাৰ্তাত যোগ দিৱস উদযাপনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে যোগাসন শৰীৰ, মন আৰু মগজু সুস্থ-সৱল কৰি ৰখাৰ ক্ষেত্ৰত এক উৎকৃষ্ট পদ্ধতি।

‘যোগাভ্যাসে আমাৰ শৰীৰ, মন আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত ইতিবাচক ভূমিকা গ্ৰহণ কৰে ৷ যোগভ্যাসক এটি দিনত সীমিত নাৰাখি ইয়াক দৈনন্দিন জীৱন চৰ্চ্চাৰ এক অংশৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰাত যত্নপৰ হ’ব লাগে’। তেওঁ সকলোকে এই আহ্বান জনায়।

উপায়ুক্ত গৰাকীয়ে লগতে অহা ২১ জুনত জিলা পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd