• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯৫০ৰ পিচত প্ৰলয়ংকৰী ভূমিকম্প: মাটি ফুটি ওলাইছে পানী, ৰে’ল দলঙত ফাঁট, আৰু ক’ত কি ক্ষতি?

দুৰ্যোগ প্ৰশমন বিভাগৰ ১০৭৭,১০৭০/১০৭৯ ট’লফ্ৰী নম্বৰ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 12:40 pm
IMG-20210428-WA0056
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৫০ চনৰ পিছত ৰাজ্যক আজি জোকাৰি গ’ল আটাইতকৈ শক্তিশালী ভূমিকম্পই।

ভূমিকম্পৰ পিছত সময় বাগৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিস্তৰ ক্ষতি সাধনৰ বাতৰি আহিছে। ৬.৭ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ  শক্তিশালী ভূমিকম্পৰ ফলত ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ বিভিন্ন স্থানত মাটি ফুটি পানী ওলাই আছে।

Apply Now

মিছামাৰীৰ পথাৰতো এনেদৰে পানী ওলাই থকা দেখিবলৈ পোৱা গৈছে। ভূমিকম্পৰ জোকাৰণিত পুৰণিগুদামৰ মহা মৃত্যুঞ্জয় মন্দিৰৰো ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে।

গুৱাহাটী মহানগৰীৰ গণেশগুৰী, উলুবাৰী, ভেটাপাৰা, কালাপাহাৰ আদি স্থানত বহু কেইটা অট্টালিকাত বৃহৎ ফাঁট মেলিছে।উলুবাৰীৰ ছিগনেছাৰ এপাৰ্টমেণ্টৰ পানীৰ পাইপ ফাটি যোৱাৰ ফলত বহু কেইটা কোঠা জলমগ্ন হৈ পৰিছে।

Water seeping out from a paddy field in Narayanpur area of Dhekiajuli, the epicenter of the massive 6.7 earthquake in Assam pic.twitter.com/BOD6bfCp6s

— Himanta Biswa Sarma (@himantabiswa) April 28, 2021

ঢেকিয়াজুলীৰ শিংৰী চাহবাগিচাৰ লগতে নাৰায়ণপুৰ অঞ্চলত মাটি ফাঁটি ঘোলা পানী ওলাই অহা পৰিলক্ষিত হৈছে।দৰঙৰ চকীয়াপাৰাত ঘৰৰ বেৰ ভাঙি উমাকান্ত ডেকা নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধ গুৰুতৰ ভাবে আহত হৈছে।   গুৱাহাটীৰ এপল’ হাস্পতাল, এক্সেল কেয়াৰ হাস্পতাল,তাজ ভিভান্তা আদিত ফাঁট মেলিছে।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ট’লফ্ৰী নম্বৰ মুকলি কৰিছে। জিলা কণ্ট্ৰোল ৰুমৰ নম্বৰ ১০৭৭ আৰু ৰাজ্যিক কণ্ট্ৰোল ৰুমৰ নম্বৰ ১০৭০/১০৭৯।

ইপিনে ভূমিকম্পৰ সময়ত  গুৱাহাটীৰ চন্দ্ৰপুৰত প্ৰসন্ন কলিতা নামৰ ৭০ বছৰীয়া লোক জন অত্যধিক আতংকিত হৈ পৰে আৰু  হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে।

নগাঁৱত এটা অট্টালিকাৰ দেৱাল ভাগি পৰাত তলত থকা এটা ঘৰৰ বিস্তৰ ক্ষতি সাধন হয়।ঘৰটোত থকা এটি শিশুৰ কথমপি প্ৰাণৰক্ষা পৰে।

বিশ্বনাথ চাৰিআলিতো বহু ঘৰৰ দেৱালত ফাঁট মেলা দেখা গৈছে। কোকৰাঝাৰ, বঙাইগাঁও আদিৰ পৰাও ভূমিকম্পৰ ফলত ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে।

ৰঙিয়া বঙালীকুচিৰ ৰে’ল দলঙত ভূমিকম্পৰ ফলত বৃহৎ ফাঁট মেলাত ৰে’ল যাতায়াত সাময়িক ভাবে ব্যাহত হৈ পৰে যদিও এতিয়া পুনৰ ৰে’ল চলোৱাৰ দিহা কৰা হৈছে। ভূমিকম্পৰ ফলত ভৈৰৱকুণ্ড পাহাৰৰ মাটি ভয়ংকৰ ৰূপত খহি পৰে। একেদৰে গুৱাহাটীত থকা অসম অয়েলৰ কাৰ্যালয়ৰো বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd