• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৬ বছৰীয়া জনজাতীয় কিশোৰীক গণধৰ্ষণ : পিতৃ-চাৰিবছৰীয়া ভাগিনীসহ কিশোৰীক শিলেৰে মৰিয়াই হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2021 1:20 pm
157720-alwarfb

প্ৰতিনিধিত্বমূলক ছবি, উৎস-ইন্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ১৬ বছৰীয়া কিশোৰীক গণধৰ্ষণ কৰি পিতৃ আৰু চাৰিবছৰীয়া ভাগিনীক শিলেৰে মৰিয়াই হত্যা কৰাৰ এক লোমহৰ্ষক কাণ্ড পোহৰলৈ আহিছে।

ছত্তিশগড়ত ক’ৰ্বা জিলাত ছজন লোকে সংঘটিত কৰিছে এই জঘন্য কাণ্ড।

Apply Now

বুধবাৰে ছত্তিশগড় আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে জিলাখনৰ লেমৰু আৰক্ষী থানাৰ অন্তৰ্গত গাধুপ্ৰডা গাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ২৯ জানুৱাৰিৰ নিশা ছজন লোকে গণধৰ্ষণ কৰি পিতৃৰ লগতে চাৰি বছৰীয়া ভাগিনীয়েক হত্যা কৰে।

যোৱা বছৰৰ জুলাইৰ পৰা ঘটনাটোৰ মূল অভিযুক্ত শান্তৰাম মঝ’ৱাৰৰ ঘৰত গৰু পালক হিচাপে মৃত লোকজনে কাম কৰি আহিছিল।

ঘটনাৰ দিনা শান্তৰামে মৃত ব্যক্তিজনক ১৬ বছৰীয়া কন্যা আৰু চাৰি বছৰীয়া নাতিনীৰ সৈতে মটৰ চাইকেলেৰে বৰাপানী গাঁৱৰ ঘৰত থ’বলৈ যোৱাৰ পথত কুৰাই নামৰ এখন গাঁৱত মটৰ চাইকেল ৰখাই অন্য অভিযুক্তকেইজনৰ সৈতে সুৰাপান কৰিছিল।

ইয়াৰ পিছতে ছয় অভিযুক্তই ভুক্তভোগী তিনিওকে সমীপৰ গাধুপ্ৰডা নামৰ অৰণ্যই আগুৰি থকা পাহাৰটোলৈ লৈ যায় আৰু পিতৃক আৰু ভাগিনীয়েক আটক কৰি ১৬ বছৰীয়া কিশোৰীগৰাকীক গণধৰ্ষণ কৰে। ধৰ্ষণ কৰাৰ পিছতে তিনিওকে শিলেৰে মূৰত আঘাত কৰি অৰণ্যত এৰি অভিযুক্তকেইজন সেই ঠাইৰ পৰা পলায়ন কৰে।

ইফালে লোকজনৰ পুত্ৰই পিতৃ-ভগ্নীসহ ভাগিনীয়েক নিখোজ হোৱাত আৰক্ষী দাৰস্থ হয়।

পুত্ৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায় গাধুপ্ৰদা পাহাৰৰ অৰণ্যৰ পৰা দুটা মৃতদেহসহ কিশোৰীগৰাকীক জীৱন্তে উদ্ধাৰ কৰে।

আৰক্ষীয়ে ততাতৈয়াকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰীগৰাকীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু ঘটে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষী ছয় অভিযুক্ত ক্ৰমে শান্তৰাম মাঝ’ৱাৰ(৪৫), আব্দুল জব্বৰ(২৯), অণিল কুমাৰ শাৰ্ঠী(২০), পাৰদেশী ৰাম পানিকা(৩৫), আনন্দ ৰাম পানিকা(২৫) আৰু উমাশংকৰ যাদৱ(২১)ক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২(হত্যা) ৩৭৬(২)জি(গণধৰ্ষণ) ধাৰা আৰু পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am
গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

October 25, 2026 7:50 am
দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am
গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

October 25, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd