DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2022 5:41 pm
6 MONTH OLD BABY GETS TATTOOED!
190
VIEWS
Share on FacebookShare on Twitter

বয়স মাত্ৰ ৬ মাহ। তেনেই কেঁচুৱা। এৰাই নাই মাতৃদুগ্ধ। কিন্তু ৬ মাহ বয়সতে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাৰ ট্ৰলিন নামৰ এটা শিশুৱে।

টিকটকত এই শিশুটিৰ আছে ৩ মিলিয়ন ফল’ৱাৰ্ছ। কিন্তু কেনেকৈ ইমান জনপ্ৰিয় এই শিশুটি? ইয়াৰ কাৰণ হৈছে শিশুটিৰ গোটেই গাত টাটু। যেন এটা হিপহপ ষ্টাৰহে!

শিশুটিৰ মাতৃ শ্বেমকিয়া মৰিছৰ আছে বিশেষ চখ। পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ শ্বেমকিয়াই কেঁচুৱা ট্ৰেলিনৰ শৰীৰত নকল টাটু অংকন কৰা আৰম্ভ কৰিছে। তেওঁ ট্ৰলিনৰ হাত, ভৰি, বাহু আৰু পেটতো টাটু কৰিছে।

কিন্তু কিছু লোকে শিশুটোৰ মাকক এই টাটু অংকনৰ বাবে নিন্দাও কৰি আহিছে। সৰু শিশুটিৰ শৰীৰত টাটু কৰাটো সঠিক বুলি তেওঁলোকে বিবেচনা নকৰে।

এই সমালোচনাৰ প্ৰত্যুত্তৰত শ্বেমকিয়াই কয় যে মানুহৰ এনেধৰণৰ বিচাৰে তেওঁক হতাশগ্ৰস্ত কৰি তোলে। কিয়নো তেওঁ ভাল পোৱা কামটো একো বেয়া নহয়।

তেওঁ কয় যে তেওঁৰ পৰিয়ালৰ পৰা এই বিষয়ত সম্পূৰ্ণ সমৰ্থন লাভ কৰে আৰু শিশুটোৰ অস্থায়ী টাটু বাবে ইয়াত কোনো সমস্যা নাই।

মানুহে যিধৰণে জীয়াই থাকি ভাল পায় তাৰ কোনো বিচাৰ হোৱা উচিত নহয় বুলি তেওঁ মন্তব্য কৰে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd