• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এক মাহ ধৰি ক’ৰ’না মুক্ত হৈ থকা গোৱাত পুনৰ সাতগৰাকী লোক আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 14, 2020 2:46 pm

1 min read

Coronavirus-1-1140x570
21.5k
VIEWS
Share on FacebookShare on Twitter

এক মাহৰো অধিক সময় ক’ৰ’নাৰ পৰা মুক্ত হৈ থকাৰ পাছত গোৱাত পুনৰ সাত গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা গৈছে।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিৎ ৰাণেই আজি এই কথা জানিবলৈ দিয়ে।

মন্ত্ৰী গৰাকীয়ে কয় যে আক্ৰান্তৰ ভিতৰত পাঁচ গৰাকী এটা পৰিয়ালৰে, যিয়ে মহাৰাষ্ট্ৰৰ পৰা উভতি আহিছিল।

তেওঁ কয়, ‍‘বুধবাৰে সাত গৰাকী লোকক টেষ্ট কৰা হৈছিল, আৰু ইয়াৰ পিছতে তেওঁলোকৰ দেহত ক’ভিড-১৯ ধৰা পৰে। ৰোগী কেইগৰাকীক প’ণ্ডাস্থিত ক’ভিড-১৯ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে’।

পৰিয়ালটোৰ পাঁচ জন সদস্যৰ উপৰি তেওঁলোকৰ এগৰাকী চালক আৰু গুজৰাটৰ এগৰাকী চালক ক’ৰ’নাত আক্ৰান্ত হৈছে।

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ সময়ৰ পৰাই বাহিৰত আৱদ্ধ লোকসকলে নিজ ৰাজ্য গোৱালৈ উভতিব ধৰিছে। বহিঃৰাজ্যৰ পৰা ওভটা সকলে স্বাস্থ্য পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে।

নতুনকৈ আক্ৰান্ত হোৱা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে আক্ৰান্ত এই সাত গৰাকী লোক যিহেতু বাহিৰৰ পৰা আহিছে সেয়ে গোৱাত সামূহিক সংক্ৰমণৰ কোনো ভয় নাই।

উল্লেখ্য যে ক’ভিড-১৯ সংক্ৰমণৰ আৰম্ভণিতে গোৱাত ৭ গৰাকী লোক আক্ৰান্ত হৈছিল। এই সাত গৰাকী লোক এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে সুস্থ হৈ উঠিছিল আৰু গোৱা সম্পূৰ্ণৰূপে ক’ৰ’না মুক্ত হৈছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd