DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড সংক্ৰমণৰ মাজতে অনুষ্ঠিত কুম্ভমেলাত কেই লাখ ভক্তই অংশগ্ৰহণ কৰিছিল? জানিবলৈ পঢ়ক…

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2021 9:50 am
index.jpg
526
VIEWS
Share on FacebookShare on Twitter

দেশত কোভিড সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰ পিছতে এফালে আৰম্ভ হৈছিল পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ আৰু আনাফালে কুম্ভমেলা।

মাৰ্চ মাহৰ পৰা প্ৰতিদিনে কোভিড বিধি উলংঘা কৰি হাজাৰ হাজাৰ লোকক সমবেত কৰি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিৰোধী ৰাজৈনতিক দলৰ নেতাসকলেও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল।

ঠিক তাৰ সমান্তৰালভাৱে পহিলা এপ্ৰিলৰ পৰাই উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত হৈছিল হিন্দু ধৰ্মাৱলম্বীৰ কুম্ভমেলা আৰু এই কুম্ভমেলাক কোভিডৰ ভয়ংকৰ সংক্ৰামক বুলি চিহ্নিত কৰা হৈছে।

শুকুৰবাৰে সমাপ্ত হোৱা হৰিদ্বাৰত অনুষ্ঠিত হোৱা এই কুম্ভমেলাত কিমান ভক্তই অংশগ্ৰহণ কৰিছিল? প্ৰকাশিত তথ্য অনুসৰি প্ৰায় ৭ লাখ ভক্তই কুম্ভমেলাত অংশগ্ৰহণ কৰিছিল।

পিছলৈ কোভিড সংক্ৰমণৰ বাবে কুম্ভমেলাক সংকোচিত কৰি আনিলেও এই বিপুল সংখ্যক ভক্তৰ সমাগমে কুম্ভমেলাক কোভিড সংক্ৰমণৰ হটস্পটলৈ ৰূপান্তৰিত কৰি তুলিছিল।

উল্লেখ্য যে কুম্ভমেলাত অংশগ্ৰহণ কৰা ভক্তৰ মাজৰ মাত্ৰ ১,৯০০৮৩ গৰাকী লোককহে স্বাস্থ্য কৰ্মীয়ে কোভিড টেষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ মাজৰে ২৬৪২ গৰাকীক কভিড পজিটিভ পোৱা গৈছিল।

ইফালে মেলা আয়োজকসকলে দাবী কৰিছে যে পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশসমূহৰ ভিতৰত অন্যতম হৰিদ্বাৰৰ পৰা দেৱপ্ৰয়াগলৈকে ৬৪১ হেক্টৰ এলেকাত বিয়পি থকা কুম্ভমেলা ক্ষেত্ৰৰ কোনো ঠাইতে কোনো গুৰুতৰ অপ্ৰীতিকৰ ঘটনা ঘটা নাছিল।

কিন্তু এই কুম্ভমেলাত কোনো অপ্ৰীতিকৰ ঘটনা নঘটিলেও কেবাগৰাকী ভক্ত আৰু সিদ্ধ অৰ্থাৎ সাধু কৰোনাত আক্ৰান্ত মৃত্যু হৈছিল।

Tags: COVID-19

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd