• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতা ভৱনৰ সন্মুখত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ; পলাশ চাংমাইক আটক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2019 1:37 pm
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৭০টা সংগঠনৰ প্ৰতিবাদত কঁপিল সচিবালয়। ৯ জানুৱাৰিত।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৭০টা সংগঠনৰ প্ৰতিবাদত কঁপিল সচিবালয়। ৯ জানুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ চলাই অহা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে আজি আকস্মিকবাৱে জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনকেইটাৰ কেইবা শতাধিক কৰ্মী আহি আজি সচিবালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়াৰ লগতে বিজেপি গ’ বেক, মোদী গ’ বেক, সৰ্বানন্দ গ’ বেক, সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী ধ্বন দিয়ে। আনহাতে কিছু সংখ্যক প্ৰতিবাদকাৰীয়ে বেৰিকেইড অতিক্ৰম কৰি সচিবালয়ৰ মূল চৌহদলৈ সোমাবলৈ চেষ্টা কৰে যদিও নিৰাপত্তাৰক্ষীয়ে বাধা দিয়ে।

Apply Now

বহু সময় ধৰ্ণা-প্ৰতিবাদেৰে পৰিস্থিতি উত্তাল কৰি ৰাখে প্ৰতিবাদকাৰীসকলে। আনহাতে প্ৰতিবাদকাৰীসকলৰ ৰাজপথৰ ওপৰতে বহি পৰাৰ ফলত যান-বাহন চলাচল ব্যাহত হয়।

প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা আৰক্ষীয়ে শতাধিক প্ৰতিবাদকাৰীক আটক কৰি অন্য ঠাইলৈ লৈ যায়। আৰক্ষীৰ সূত্ৰই জনোৱামতে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক আটক কৰে আৰক্ষীয়ে ।

ইপিনে প্ৰতিবাদকাৰীসকলেও এক প্ৰকাৰৰ তাণ্ডৱ সৃষ্টি কৰে বুলি জানিব পৰা গৈছে। কিছুসংখ্যক প্ৰতিবাদকাৰীয়ে গণেশগুৰি অঞ্চলত শাক পাচলিৰ বেপাৰীৰ খৰাহি দলিয়াই দিয়াৰ লগতে ট্ৰেফিক লাইটলৈ শিলগুটি দলিয়াই লাইট ভাঙি পেলায় বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়। প্ৰতিবাদৰ ফলত মহানগৰীৰ জি এছ ৰোডত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ।

জানিব পৰামতে, প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ জনতা ভৱন ঘেৰাও কৰিবলৈ আহিছিল ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদকাৰীসকল।

প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়াই দি কয় যে বিধেয়ক বাতিল নহ’লে ভৱিষ্যতে ইয়াতকৈয়ো অধিক জংগী আন্দোলনৰ মুখামুখি হ’ব লাগিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd