• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দীৰ্ঘদিন বিৰতিৰ মূৰত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ ৭০ জাতীয় সংগঠন : গুৱাহাটীত মানৱ শৃংখল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2020 4:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৭০ টাকৈ জাতীয় সংগঠন।

দীৰ্ঘদিন বিৰতিৰ মূৰত আজি পুনৰ CAA ৰ বিৰুদ্ধে একেলগে সক্ৰিয় হৈ উঠিছে KMSS কে ধৰি ৭০ টাকৈ জাতীয় সংগঠনৰ প্ৰতিনিধি।

Apply Now

সোমবাৰে সংগঠনকেইটাৰ প্ৰতিনিধিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল কৰি তোলে মহানগৰীৰ চচলৰ ৰাজপথ।

কাৰাৰুদ্ধ অখিল গগৈক মুক্তি দিয়াৰ দাবী জনোৱাৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি ৭০ সংগঠনৰ অন্যতম নেতা তথা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয় “যিকোনো মূল্যৰ বিনিময়ত জাতিধ্বংসী “কা” আইন বাতিল কৰিব লাগিব। অখিল গগৈকে ধৰি কা বিৰোধী আন্দোলনৰ নেতাসকলক শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিব লাগিব।”

“এইখন স্বেচ্ছাচাৰী আৰু ভ্ৰষ্টাচাৰী চৰকাৰ। হিটলাৰ জীয়াই থকাহেঁতেন চৰকাৰৰ এই নীতিসমূহ দেখি তেওঁ নিজে কঁপি উঠিলহেঁতেন। বিজেপি চৰকাৰ ইমান ভয় খাইছে কিয়? তেওঁলোকে কা বিৰোধী নেতালৈ ভয় খাই বাৰেপতি গ্ৰেপ্তাৰ কৰি কা পুৰুষালিৰ পৰিচয় কিয় দিছে?” বিজেপি চৰকাৰক কটাক্ষ কৰি দাসে কয়।

আজি এয়া আৰম্ভণি বুলি দাবী কৰি ভৱিষ্যতে কোভিড প্ৰট’কল মানি চলি “কা” ৰ বিৰুদ্ধে ৭০ টা সংগঠনে উত্তাল প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে ৰুবুল দাসে।

কাইলৈৰ পৰা ৰাজ্যৰ গাঁৱে ভুয়ে কা বাতিলৰ দাবীৰে আৰু অখিল গগৈক মুক্তিৰ দাবীৰে আন্দোলন আৰম্ভ কৰিব বুলি দাসে জানিবলৈ দিয়ে।

কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, সদৌ কলিতা ছাত্ৰ সন্থা, সদৌ গৰীয়া যুৱ পৰিষদ, স্বৰাজ অসম, আদিবাসী ছাত্ৰ সন্থা, মদ মুক্তি সংগ্ৰাম সমিতি, আহোম সেনাকে ধৰি মুঠ ৭০ টাকৈ সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd