• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় হোষ্টেলৰ ৭১ আৱাসী ক’ভিড-১৯ নিগেটিভ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 10, 2020 7:16 pm

2 min read

1537 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

11.3k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ৭১গৰাকী আৱাসীৰ নমুনা দেওবাৰে ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে।

ডাঃ দীপা ডেকা নামৰ আৱাসিক চিকিৎসক এগৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছত বাকীসকলৰো নমুনা সংগ্ৰহ কৰা হৈছিল।

ডাঃ দীপা ডেকাৰ লগত একেলগে ক’ভিড-১৯ৰ স্ক্ৰিনিঙৰ কামত জড়িত থকা ডঃ সংগীতা নাথ আৰু ট্ৰিবিষা কালিতাৰো নিগেটিভ ৰিজাল্ট আহিছে।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এয়া এক সকাহ বুলিও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।

This is relief. After a res doctor was tested #COVID19 +, samples of 71 residents of Regional Dental College Hostel were taken and all are negative. Dr Sangeeta Nath & Dr Tribisha Kalita of Dental College, working with Dr Dipa Deka in triage sec of screening area also negative.

— Himanta Biswa Sarma (@himantabiswa) May 10, 2020

উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা ক’ভিড-১৯ ধৰা পৰিছিল ডাঃ দীপা ডেকাৰ দেহত।

তাৰ পাছতে কালি গুৱাহাটীৰ ভঙাগড়স্থিত আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীবাসক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।

যোৱা ২৫ এপ্ৰিলৰ পৰা ১ মে’লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ক’ভিড-১৯ স্ক্ৰিনিঙৰ কামত ব্যস্ত আছিল ছাত্ৰীগৰাকী।

যোৱা ২ মে’ত হোষ্টেলটোত চেল্ফ কুৱাৰেন্টাইন কৰা হৈছিল ছাত্ৰীগৰাকীক।

এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসক ছাত্ৰ ডঃ লিথিকেশৰ সংস্পৰ্শলৈ আহিছিল ছাত্ৰী গৰাকী।

Tags: COVID-19

Recent News

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd