DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰত ৭১৪ গৰাকী আৰক্ষীৰ লোক কোভিড-১৯ত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 5:05 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

14.1k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰ আৰক্ষী শনিবাৰে জনোৱা মতে এই পৰ্যন্ত ৰাজ্যখনত ৭১৪ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰী কোভিড-১৯ত আক্ৰান্ত হৈছে।

প্ৰাপ্ত তথ্য মতে মহাৰাষ্ট্ৰৰ ৬৪৮ গৰাকী আৰক্ষীৰ লোক বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৬১ গৰাকী সুস্থ হৈ উঠিছে।

আনহাতে কোভিড-১৯ত আক্ৰান্ত হৈ এতিয়ালৈকে ৰাজ্যখনৰ ৫ গৰাকী আৰক্ষীৰ লোকে প্ৰাণ হেৰুৱায়।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত এই পৰ্যন্ত ১৯০৬৩টা কোভিড-১৯ পজিটিভ কেছ ধৰা পৰিছে, ইয়াৰে ৭৩১ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪৭০ গৰাকী সুস্থ হৈ উঠিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ।

ইপিনে শনিবাৰৰ লৈকে ভাৰতত ৫৯৬৬২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে ইয়াৰে ১৯৮১ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৯৮৩৪ গৰাকী চিকিৎসাধীন হৈ আছে।

John Hopkins বিশ্ববিদ্যালয়ৰ হিচাপ মতে বৰ্তমানলৈকে মাৰ্কিন যুক্তৰাষ্ট্ৰ কোভিড-১৯ৰ দ্বাৰা আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। দেশখনত ৭৭,১৮০ গৰাকী ক’ৰ’নাত আক্ৰান্ত লোকৰ মৃত্যু হয়।

আমেৰিকাৰ পিছতে ইটালী আৰু স্পেইনত সৰ্বাধিক লোকৰ মৃত্যু হৈছে। ইটালীত ৩০২০১ গৰাকীৰ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে স্পেইনত মৃত্যু হৈছে ২৬২৩৩ গৰাকী ব্যক্তিৰ।

দেশ তিনিখনত এই পৰ্যন্ত কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমে – আমেৰিকাত ১,২৮৩,৯২৯, ইটালীত ২১৭১৮৫ আৰু স্পেইনত ২২২৮৫৭।

Recent News

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd