DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমফানৰ ফলত পশ্চিমবংগত ৭২জন লোকৰ মৃত্যু; প্ৰধান মন্ত্ৰীক ৰাজ্য পৰিদৰ্শনৰ আহ্বান মমতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2020 7:08 pm
in-amphan2-750x375

আমফান

484
VIEWS
Share on FacebookShare on Twitter

আমফান ঘূৰ্ণীবতাহৰ ফলত পশ্চিমবংগ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। প্ৰতিঘন্টাত ১৬০ৰপৰা ১৮০ কিলোমিটাৰ বেগত অহা এই ধুমুহাই কলকাতা বিমানবন্দৰ পৰ্যন্ত ক্ষতিগ্ৰস্ত কৰি তুলিছে।

ৰাজ্যখনত এই ঘূৰ্ণীবতাহৰ ফলত কিমান ক্ষতিগ্ৰস্ত হৈছে তাৰ প্ৰকৃত হিচাপ ওলাবলৈ এতিয়াও বাকী আছে।

ইপিনে, মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰিছে যে আমফানৰ ফলত ৰাজ্যখনত ৭২জন লোকৰ মৃত্যু হৈছে।

মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যখন পৰিদৰ্শন কৰাৰ বাবে দাবী জনাইছে।

তেওঁ কয় যে বৰ্তমান অৱস্থা অতি শোচনীয়। ‘’সেয়ে মই প্ৰধান মন্ত্ৰী মোদীক ইয়ালৈ আহি পৰ্যবেক্ষণ কৰাৰ বাবে দাবী জনাইছো।‘’

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে মৃত ব্যক্তিসকলৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, কলকাতাত ১৫জন, হাওড়াত ৭জন, উত্তৰ ২৪পৰগনাত ১৭জন, পূব মিদানপুৰত ৬জন, দক্ষিণ ২৪পৰগনাত ১৮জন, নাদিয়াত ৬জন আৰু হুগলীত ২জন লোকৰ এই ধুমুহাৰ ফলত মৃত্যু হৈছে।

জানিব পৰা মতে, গছ বাগৰি আৰু বজ্ৰপাতৰ ফলত ৭২জন লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে বুধবাৰে পশ্চিমবংগ আৰু উৰিষ্যাত আমফান ঘূৰ্ণীবতাহে বিধ্বংসী ৰূপ গ্ৰহণ কৰে।

আমফানৰ আটাইতকৈ অধিক প্ৰভাৱ পশ্চিমবংগৰ উত্তৰ ২৪পৰগনাত, দক্ষিণ ২৪পৰগনা, মিদানপুৰ আৰু কলকাতাত পৰিছে।

Recent News

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd