• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন আয়োগৰ বিষয়াৰ কাণ্ড : চিপিআই(এম) নেতাৰ বাহন পৰীক্ষাৰ নামত ৰাজপথত অযথা হাৰাশাস্তি 

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 7, 2024 7:24 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৭ এপ্ৰিলৰ আগবেলা চিপিআই(এম) দলৰ জ্যেষ্ঠ নেতা তথা বৰপেটা সমষ্টিৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আৰু পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সদস্য, যুৱনেতা ৰিতুৰঞ্জন দাস সৰভোগ অভিমুখে গৈ থকা অৱস্থাত বৰপেটা জিলাৰ পাকা-বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ভৱানীপুৰৰ কাষৰ ইটাভাটাৰ ৰাষ্ট্ৰীয় ঘাইপথত সাংসদ বৰ্মনৰ গাড়ীখন নিৰ্বাচন আয়োগৰ বিষয়া আৰু আৰক্ষীয়ে ৰখাই বাহনৰ ভিতৰত থকা সামগ্ৰী পৰীক্ষা কৰাৰ নামত তেওঁলোকক দীৰ্ঘ সময়  আবদ্ধ কৰি ৰাখে। 

উল্লেখযোগ্য যে সৰভোগ অঞ্চলৰ সদ্য প্ৰয়াত পাৰ্টি সমৰ্থক হজিন দাসৰ পৰিয়ালৰ খবৰ ল’বলৈ উদ্ধব বৰ্মনে ৰিতুৰঞ্জন দাসৰ সৈতে গৈ আছিল। গাড়ীত আছিল গুৱাহাটীৰ ৰাজ্যিক পাৰ্টি অফিচৰ পৰা সৰভোগ পাৰ্টি অফিচলৈ কঢ়িয়াই নিয়া  ৫,০০০ নিৰ্বাচন সংক্ৰান্ত গোহাৰি-পত্ৰ আৰু পাৰ্টিৰ মুখপত্ৰ ‘গণশক্তি’ কাকতৰ এটা সৰু টোপোলা। বৰপেটা লোকসভা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত ভোটদাতা ৰাইজৰ প্ৰতি আৱেদন হিচাপে প্ৰকাশ কৰা হৈছিল সেই পাঁচ হেজাৰ গোহাৰি-পত্ৰ। গাড়ীত কোনো টকা-পইচা নাপাই গোহাৰি পত্ৰখিনিকে আপত্তিজনক বস্তু বুলি নিৰ্বাচনী বিষয়া আৰু আৰক্ষীয়ে নানা প্ৰশ্ন কৰিব ধৰে আৰু নিৰ্বাচন আয়োগৰ ফ্লাইং স্কোৱাডে প্ৰায় ৪৫ মিনিট সময় পথৰ ওপৰতে আবদ্ধ কৰি ৰাখে ৮৩ বছৰীয়া প্ৰাক্তন সাংসদ উদ্ধব বৰ্মনক। প্ৰচণ্ড গৰমত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অসহায়ভাৱে ঠিয় হৈ থাকিবলগীয়া হয় বয়োজ্যেষ্ঠ নেতা জন। পাৰ্টিৰ নেতা দুজনে নিৰ্বাচন আয়োগৰ নিয়ম-নীতিৰ কথা উল্লেখ কৰিছিল যদিও কোনো কথা মানিবলৈ ৰাজি নহৈ কেৱল ওপৰৰ নিৰ্দেশ বুলি কৈ দুয়োজন পাৰ্টি নেতাক পথতে ৰখাই থয়। পাছত চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাত এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে নিৰ্বাচনী প্ৰচাৰ পত্ৰ বাহনত কঢ়িয়াই নিয়াত আয়োগে কোনো বাধা আৰোপ কৰা নাই। 

Apply Now

যিসময়ত মুখ্যমন্ত্ৰী আৰু বিজেপি দলে পদে পদে নিৰ্বাচনী বিধি ভংগ কৰিছে সেই সময়তে এগৰাকী প্ৰাক্তন সাংসদে ব্যক্তিগত বাহনত মাত্ৰ ৫ হাজাৰ গোহাৰি পত্ৰ কঢ়িয়াই  নিয়াৰ বাবেই নিৰ্বাচন আয়োগৰ ফ্লাইং স্কোৱাডে আবদ্ধ কৰি ৰখা কাৰ্যক চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা আৰু প্ৰতিবাদ কৰিছে। এয়া স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ আখৰা নে বিৰোধী নেতা-কৰ্মীক হাৰাশাস্তি কৰাৰ কৌশল বুলি পাৰ্টিয়ে প্ৰশ্ন উত্থাপন কৰিছে   এই অবাঞ্চিত ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ পাৰ্টিয়ে দাবী জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd