• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

APSC (প্ৰাৰম্ভিক) পৰীক্ষাত ৮৯৮ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে শীৰ্ষত এছ পি এম আইএএছ একাডেমি

একক প্ৰতিষ্ঠানৰ পৰা সৰ্বকালৰ সৰ্বাধিক উত্তীৰ্ণ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 11, 2021 3:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ(প্ৰাৰম্ভিক) ফলাফলত ৮৯৮ গৰাকী শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতেই শীর্ষত উজ্বলিল এছ পি এম আইএএছ একাডেমি।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত এখন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ন শতাধিক শিক্ষাৰ্থী উত্তীর্ণ হোৱাৰ এয়াই প্ৰথম ঘটনা।

Apply Now

বৃহস্পতিবাৰে গুৱাহাটীৰ জু- ৰোড স্থিত শিক্ষানুষ্ঠান খনৰ নিৰ্দেশক চিন্ময় বৰদলৈ আৰু শিক্ষানুষ্ঠান খনৰ সঞ্চালক প্ৰধান বিবেক খেটাৱাতে এক সংবাদ মেল সম্বোধন কৰি শিক্ষানুষ্ঠান খনৰ অশেষ কষ্ট আৰু গভীৰ অধ্যয়নৰ জৰিয়তে শিক্ষাৰ্থী সকলে এছ পি এম আইএএছ একাডেমিক ৰাজ্যৰ ভিতৰতেই শীৰ্ষত উপনীত কৰাৰ বাবে উত্তীৰ্ণ শিক্ষাৰ্থী সকলক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰচুৰ সম্ভাৱনাপূর্ণ অসমৰ শিক্ষাৰ্থী সকলক গৃহভূমিত থাকিয়েই সৰ্বভাৰতীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষা সমূহৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্য ২০১৯ চনত কেইগৰাকীমান উদীয়মান যুৱকৰ প্রচেষ্টাত প্ৰাণ পাই উঠিছিল এছ পি এম আইএএছ একাডেমি।

যোৱা দুবছৰ ধৰি অসমৰ শিক্ষাৰ্থী সকলক অনলাইন যোগে Youtube channel – SPM IAS academyৰ জৰিয়তে প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে সহায়ক হোৱাকৈ সাধাৰণ জ্ঞান আৰু বাতৰি কাকতৰ পৰ্যালোচনাৰ শ্ৰেণী বিনামূলীয়াকৈ আগবঢ়াই আহিছে।

আনকি দৰিদ্ৰ মেধাবী ছাত্ৰ ছাত্ৰীৰ বাবে এণ্ট্ৰেন্স অনুষ্ঠিত কৰি উত্তীৰ্ণ সকলৰ বাবে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে শিক্ষা প্ৰতিষ্ঠানটোৱে।

প্ৰতিষ্ঠানটোত প্ৰশিক্ষণ লোৱা ২০০০ ছাত্ৰ-ছাত্ৰীৰ মুঠ ৮৯৮ গৰাকী উত্তীৰ্ণ হোৱা বুলি জনায় চিন্ময় বৰদলৈয়ে।

উল্লেখযোগ্য যে, সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলক প্ৰস্তুত কৰি তুলিবলৈ আই আই টি ৰৰকী আৰু কানপুৰৰ অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয় শিক্ষানুষ্ঠান খনত।

বৰদলৈয়ে লগতে জানিবলৈ দি কয় “অসমত থাকিয়েই দিল্লীৰ কোচিং প্ৰতিষ্ঠান সমূহৰ দৰেই পৰিৱেশ শিক্ষাৰ্থী সকলক দিব পৰাকৈ উন্নত মানৰ ডিজিটেল আন্তঃগাঁঠনিৰ ব্যৱস্থা কৰা হৈছে এছ পি এম আইএএছ একাডেমিত।”

প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত এই বৃহৎ সফলতাৰ পাছত অচিৰেই শিক্ষাৰ্থী সকলক মূল পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পৰাকৈ পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান খন প্ৰস্তুত হোৱা বুলি সংবাদ মেলত সদৰী কৰে বৰদলৈয়ে।
ইপিনে, প্ৰতিষ্ঠানখনত অধ্যয়নৰত: যিসকলে এইবাৰ উত্তীৰ্ণ হ’ব নোৱাৰিলে সেইসকলে পুনৰ বিনামূলীয়াকৈ কোচিং লব পাৰিব বুলি জনায় বৰদলৈয়ে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd