• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে মৰিগাঁও জিলাৰ ৯০২ টা ভোট কেন্দ্ৰ

চানু গগৈ by চানু গগৈ
March 11, 2021 7:14 am
a mor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলাত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লীনা দাসৰ নেতৃত্বত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে ।

কভিড পৰিস্থিতিৰ বাবে অতিৰিক্ত ভোট কেন্দ্ৰ মিলাই  ৯০২ টা ভোট কেন্দ্ৰত পুৰুষ-মহিলা আৰু তৃতীয় লিঙ্গৰ ভোটাৰৰ সৈতে জিলা খনৰ তিনিওটা বিধান সভা সমষ্টিৰ মুঠ ৬,১৪,২৬১ গৰাকী ভোটাৰে এইবাৰ নিৰ্বাচনত ভোট দান কৰিব  ।

Apply Now

মৰিগাঁও জিলাৰ ৭৯ নং-জাগীৰোড, ৮০নং-মৰিগাঁও আৰু ৮১নং-লাহৰীঘাট বিধানসভা সমষ্টিত অহা ১ এপ্ৰিলত  দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া ভোট গ্ৰহণৰ বাবে জিলা প্ৰশাসনে জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া আৰু মাষ্টাৰ ট্ৰেইনাৰ সকলৰ উপস্থিতিত EVM/VVPAT সমূহ  প্ৰথম পৰ্য্যায়ৰ  ৰেণ্ডমাইজেচন কৰি তিনিওটা সমষ্টিৰ বাবে সাজু কৰিছে ।

দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন কৰা হ’ব অহা ১৮ মাৰ্চত আৰু এই EVM/VVPAT সমূহ কমিচনিং কৰা হব ১৯ মাৰ্চত ।

আনহাতে জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে যোৱা ২ মাৰ্চৰ পৰাই আৰম্ভ কৰি আগন্তুক ১৬ মাৰ্চ লৈ এলানি প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

প্ৰিজাইদিং অফিচাৰ, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াসহ মুঠ ৩৭৪৮ গৰাকীয়ে প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে । তেনেদৰে ৪ মাৰ্চত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত মহিলা পলিং বিষয়া আৰু বি,এল,অ, সকলক পোষ্টেল বেলটৰ বাবে প্ৰশিক্ষণ দিয়া হয় । প্ৰশিক্ষণত ১৬৮৪ গৰাকীয়ে অংশ গ্ৰহণ কৰে ।

৫ মাৰ্চ তাৰিখে ৭৭ গৰাকী জনেল আৰু ছেক্টৰ বিষয়া সকলক প্ৰশিক্ষণ দিয়া হয় । সেইদৰে ৮ আৰু ৯ মাৰ্চত পলিং বিষয়া সকলক  দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয়।লগতে ১০ আৰু  ১৬ মাৰ্চত  মহিলা পলিং বিষয়া আৰু মাইক্ৰ অবজাৰভাৰক  প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্যে এইবেলি নিৰ্বাচন আয়োগে কভিড পৰিস্থিতিৰ বাবে বিশেষ ভাৱে সক্ষম ব্যক্তি, শ্ৰৱণ শক্তিত বাধাগ্ৰস্ত ব্যক্তি আৰু আশীৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিকৰ বাবে ডাক যোগে ভোট দানৰ সুবিধা দিয়াৰ উপৰিও সাংবাদিক সকলে নিৰ্বাচনৰ সময়ত বাতৰি সংগ্ৰহ কৰা কাৰ্যত ব্যস্ত থাকিব লগীয়া হয় আৰু তেওঁলোকে ভোট কেন্দ্ৰত শাৰী পাতি ভোট দান কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ।

সেইবাবে এইবাৰ নিৰ্বাচন আয়োগে সাংবাদিক সকলৰ বাবেও পোষ্টেল বেলট কাগজ যোগে ভোট দানৰ সুবিধা প্ৰদান কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে জানিবলৈ দিয়ে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd