• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত গুণোৎসৱৰ প্ৰথমটো দিন : ৯৯.১৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
November 1, 2018 6:27 pm
IMG-20181101-WA0048
196
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাৰ ২০৫খন বিদ্যালয়ত আজি গুণোৎসৱ-২০১৮ৰ বহিঃমূল্যায়ন পৰ্ব সফলতাৰে সম্পূৰ্ণ হয়। জিলাখনত বহিঃমূল্যায়নৰ প্ৰথমদিনা বৃহস্পতিবাৰে এই বিদ্যালয়ৰ সমূহৰ মুঠ ৮৪৮২গৰাকী ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ সামগ্ৰিক হাৰ হৈছে ৯৯.১৫ শতাংশ।

ৰাজ্যৰ অতিৰিক্ত গৃহ সচিব, মাজুলীৰ উপায়ুক্ত, ভাৰতীয় আৰক্ষী সেৱা আৰু, ভাৰতীয় বন সেৱাৰ বিষয়াৰ লগতে মাজুলীৰ আৰক্ষী অধীক্ষকসহ মুঠ ২০৮গৰাকী বহিঃমূল্যায়কে আজি বিদ্যালয়সমূহৰ শৈক্ষিক দিশ আৰু আন্তঃগাঁথনিৰ মূল্যায়ন কৰে।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব ড০ দীপক মজুমদাৰে দেউদিআটী ছিনিয়ৰ বেছিক স্কুলৰ, মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই ২৭নং কমাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা ৰাজ্যৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ আৰক্ষী অধীক্ষক শ্যামল কুমাৰ শইকীয়াই চামগুৰি সত্ৰ ৰাওনাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ, ভাৰতীয় বন সেৱাৰ বিষয়া তথা উত্তৰ অসমৰ বন সংৰক্ষক আৰকে দাসে আউনিআটী চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ আৰু মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ বহিঃমূল্যায়ক ৰূপে আজিৰ গুণোৎসৱত ভাগ লৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে।

গুণোৎসৱৰ মাজুলীৰ ন’ডেল বিষয়া অসীম বৰুৱাই জনোৱা মতে এইবাৰৰ গুণোৎসৱত তিনিও দিনাৰ বহিঃমূল্যায়নত অংশগ্ৰহণৰ বাবে  জিলাখনৰ মুঠ ৫৭৮খন বিদ্যালয়ৰ ২০৯৯৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম আগতীয়াকৈ পঞ্জীয়ন কৰা হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd