• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঁইতা ভাত খোৱাৰ বহু উপকাৰিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2020 4:09 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

পঁইতা ভাত খোৱাৰ বহু উপকাৰিতা আছে।

আপোনাৰ যদি আলচাৰৰ সমস্যা আছে, তেন্তে পঁইতা ভাতে ইয়াক গুৰিৰ পৰা নিৰ্মূল কৰিব পাৰে।

কাৰোবাৰ যদি আলচাৰ আছে তেন্তে সপ্তাহত দুবাৰকৈ পঁইতা ভাত খাব পাৰে।

ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে যিটোৱে কেন্সাৰৰ সৈতে যুঁজাত সহায় কৰে।

ই মেদবহুলতা হ্ৰাস আৰু নিয়ন্ত্ৰণতো সহায়ক।

চাহ আৰু কফিৰ নিচা এৰুৱাব খুজিলেও আপুনি পঁইতা ভাত খাব পাৰে।

ৰাতিপুৱা শুই উঠি এই ভাত খালে চাহ, কফিৰ নিচা ত্যাগ কৰাত সহায়ক হয়।

গোটেই দিনটো শৰীৰত শক্তি ধৰি ৰখাতো ইয়াক সহায়ক হয়।

এই ভাতত বহু মাইক্ৰ’-নিউট্ৰিয়েণ্ট আৰু বহু প্ৰয়োজনীয় মিনাৰেলো পোৱা যায়।

পঁইতা ভাতে শৰীৰৰ উষ্ণতা কম কৰি ৰখাত সহায় কৰে, কাৰণ এই ভাত শীতল থাকে।

Recent News

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

গুণ্ডাগিৰি! বন্দে ভাৰতত যাত্ৰীক মাৰপিট বিজেপি বিধায়কৰ; ভাইৰেল ভিডিঅ’ই জোকাৰিছে সামাজিক মাধ্যম

গুণ্ডাগিৰি! বন্দে ভাৰতত যাত্ৰীক মাৰপিট বিজেপি বিধায়কৰ; ভাইৰেল ভিডিঅ’ই জোকাৰিছে সামাজিক মাধ্যম

মাত্ৰ ২৩ বছৰ বয়সতে মহাকাশ ভ্ৰমণ! কোন এই ভাৰতীয় যুৱতী; জানো আহক

মাত্ৰ ২৩ বছৰ বয়সতে মহাকাশ ভ্ৰমণ! কোন এই ভাৰতীয় যুৱতী; জানো আহক

অপাৰেশ্যন সিন্দুৰৰ অংশ হোৱাটোৱে শাস্তিৰ পৰা ৰেহাই নিদিয়েঃ যৌতকৰ গোচৰত পত্নীক হত্যা কৰা জোৱানক লৈ ছুপ্ৰীম কোৰ্টৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰৰ অংশ হোৱাটোৱে শাস্তিৰ পৰা ৰেহাই নিদিয়েঃ যৌতকৰ গোচৰত পত্নীক হত্যা কৰা জোৱানক লৈ ছুপ্ৰীম কোৰ্টৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd