• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এদিনতে কিমান হাজাৰ কোটি দুখীয়া হ’ল মুকেশ আম্বানি?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2020 6:30 pm
RIL hydrocarbon division announces salary cuts, Mukesh Ambani to forgo entire compensation
56.7k
VIEWS
Share on FacebookShare on Twitter

শ্বেয়াৰ বজাৰত পতনৰ ফলত সোমবাৰে এদিনতে ৪৪ হাজাৰ কোটিতকৈয়ো অধিক টকা হেৰুৱালে ভাৰতৰ শীৰ্ষতম ধনী ব্যক্তি মুকেশ আম্বানিয়ে।

যোৱা ১১ বছৰৰ ভিতৰত শ্বেয়াৰ বজাৰত আম্বানিৰ ৰিলায়েন্স উদ্যোগৰ এইটোৱে আছিল সৰ্বাধিক পতন।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ মূল্য ১৪ শতাংশ হ্ৰাস পাই দিনটোত সৰ্বনিম্ন ১০৯৫ টকা হয়গৈ।

ফলত ফ’ৰ্বছৰ ৰিয়েল টাইম হিচাপ মতে আম্বানিৰ সোমবাৰে বিয়লিলৈ সম্পত্তি হয়গৈ ৪১.৮ বিলিয়ন আমেৰিকান ডলাৰ।

তেওঁৰ মুঠ সম্পদ হ্ৰাস পায় ৫.৯ বিলিয়ন আমেৰিকান ডলাৰ।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কমাৰ বাবেই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বজাৰত পতন ঘটিছে।

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অ’ এন জি চিৰো শ্বেয়াৰ মূল্য তললৈ নামিছে।

Recent News

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd