• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাহায্যত কেন্দ্ৰৰ অনুমোদন, ভ’ডাফোন-আইডিয়া, এয়াৰটেলৰ ষ্টকৰ উত্থান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2020 4:54 pm
Telecom: Cabinet nod to AGR relief: Bharti Airtel, Vodafone-Idea stocks surge

প্ৰতিনিধিত্বমূলক ফটো

12.2k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰই সাহায্য পেকেজত অনুমোদন জনোৱাৰ পিছতে সংকটত থকা টেলিকম অপাৰেটৰ ভ’ডাফোন-আইডিয়া আৰু এয়াৰটেলৰ ষ্টকত উত্থান ঘটিছে।

ভ’ডাফোন-আইডিয়াৰ ষ্টক ৩০% আৰু এয়াৰটেলৰ ৪% উত্থান ঘটিছে। টাটা টেলিচাৰ্ভিছেজৰ প্ৰতি ষ্টকত ২.৩০ টকাকৈ ২.২২% উত্থান ঘটিছে।

চৰকাৰক বহু বছৰ ধৰি পৰিশোধ কৰিব লগা এ জি আৰ (adjusted gross revenue) ৰাজহক লৈ কোম্পানিকেইটা সংকটত পৰিছিল।

কেন্দ্ৰই অনুমোদন জনোৱা পেকেজৰ সবিশেষ এতিয়াও গম পোৱা হোৱা নাই। কিন্তু বাতৰি মতে, এই সাহায্যৰ ভিতৰত এ জি আৰো থাকিব।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে যোৱা ২৪ অক্তোবৰত এ জি আৰত নন-ক’ৰ বস্তুসমূহো থাকিব বুলি ৰায় দিয়াৰ পিছতে টেলিকম অপাৰেটৰকেইটা বিপদত পৰিছিল।

এই ৰায়ৰ ফলত ১৫টা টেলিকম কোম্পানিয়ে ১.৬৪ লাখ কোটি টকাৰ মাচুল পৰিশোধৰ সন্মুখীন হ’ব লগা হৈছিল। এই ১৫টা কোম্পানিৰ ভিতৰত ভ’ডাফোন-আইডিয়া, ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’হে বৰ্তমান ব্যৱসায়ত আছে।

ভ’ডাফোন-আইডিয়াই এ জি আৰত কিছু ৰেহাই নাপালে ব্যৱসায় বন্ধ কৰিব লগা হ’ব বুলি মন্তব্য কৰিছিল।

২০১৮ চনৰ আগষ্টত একত্ৰিত হোৱা ভ’ডাফোন-আইডিয়াই পৰিশোধ কৰিবলৈ থকা ৫৩,০০০ কোটি টকাৰ ৩,৫০০ কোটি টকা আৰু এয়াৰটেলে ৩৭,০০০ কোটি টকাৰ ভিতৰত ১৮,০০৪ কোটি টকা পৰিশোধ কৰিছে।

Recent News

নাছাৰ চলি অহা পৰম্পৰা ৰক্ষা কৰিলে মহাকাশচাৰী শুভ্ৰাংশু শুক্লাই: উৰণৰ পূৰ্বে শুনিলে বলীউডৰ এইটো গান…

নাছাৰ চলি অহা পৰম্পৰা ৰক্ষা কৰিলে মহাকাশচাৰী শুভ্ৰাংশু শুক্লাই: উৰণৰ পূৰ্বে শুনিলে বলীউডৰ এইটো গান…

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd