• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: প্ৰব্ৰজনকাৰী শ্ৰমিক, দৰিদ্ৰৰ থকা-খোৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 7:25 pm
Guwahati's street dwellers get shelter ahead of lockdown

পদপথৰ লোকসকলক নি থকা অৱস্থাত। ছবি-- নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ঠাইত লকডাউনৰ মাজত বহুসংখ্যক শ্ৰমিক স্ব-গৃহলৈ ওভতাক লৈ সৃষ্টি হোৱা পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক গৃ্হ মন্ত্ৰ্যালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে।

বৃহৎসংখ্যক লোক নিজ নিজ ঘৰ অভিমুখে ৰাওনা হোৱাটোৱে সামাজিক দূৰত্ব ৰক্ষাৰ বাবে ঘোষণা কৰা লকডাউন উলংঘা কৰিছে বুলি নিৰ্দেশটোত কোৱা হৈছে।

Apply Now

সেয়ে লকডাউন সঠিকভাৱে ৰূপায়ণ কৰাৰ লগতে শ্ৰমিকসকলৰ আৰ্থিক কঠিনতা প্ৰশমন কৰাৰ বাবে কিছু নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ঘূৰি অহা শ্ৰমিকসকলৰ লগতে দৰিদ্ৰ লোকসকলৰ বাবে অস্থায়ী থকা আৰু খোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰসমূহক নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে নিজ ৰাজ্য বা চহৰলৈ বুলি উভটি অহা লোকসকলক সংশ্লিষ্ট ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ কুৱাৰেণ্টাইন ব্যৱস্থাত মান্য স্বাস্থ্য প্ৰট’কল অনুযায়ী ন্যূনতম ১৪ দিন সঠিক স্ক্ৰীনিঙৰ পিছত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

নিৰ্দেশটোত কোৱা হৈছে যে লকডাউনৰ সময়ত ব্যৱসায় বন্ধ থকা সময়ৰ বাবে সকলো উদ্যোগ, দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকে সঠিক তাৰিখত কামৰ ঠাইত দৰমহা নকটাকৈ শ্ৰমিকসকলক তেওঁলোকৰ হাজিৰা প্ৰদান কৰিব লাগিব।

তাৰোপৰি কোৱা হৈছে যে প্ৰব্ৰজনকাৰী শ্ৰমিককে ধৰি শ্ৰমিকসকল যদি ভাৰাঘৰত থাকে, তেন্তে এমাহৰ বাবে ভাৰাঘৰৰ মালিকে ভাৰা দাবী কৰিব নোৱাৰিব।

কোনো ভাৰাঘৰৰ মালিকে যদি শ্ৰমিক, ছাত্ৰ-ছাত্ৰীক তেওঁৰ স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়ে তেন্তে সেই মালিকজন আইনমতে জগৰীয়া হ’ব।

এইসমূহ নিৰ্দেশৰ উলংঘনৰ ক্ষেত্ৰত দুৰ্য্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক নিৰ্দেশ দিয়া হৈছে।

নিৰ্দেশসমূহ ৰূপায়ণৰ ক্ষেত্ৰত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলক ব্যক্তিগতভাৱে জৱাবদিহি কৰা হ’ব বুলিও নিৰ্দেশটোত কোৱা হৈছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd