• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় টিভিৰ সৰ্বকালৰ অভিলেখ ভংগ ৰামায়ণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 5:21 pm
Ramayana re-telecast breaks Indian TV viewership record
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে পুনৰ সম্প্ৰচাৰ কৰিবলৈ লোৱা ধাৰাবাহিক ৰামায়ণে জনপ্ৰিয়তাৰ লেখেৰে ভাৰতীয় টিভিৰ এক অভিলেখ ভংগ কৰিছে।

দূৰদৰ্শনৰ ডি ডি নেচনেলত দেওবাৰে হোৱা ৰামায়ণৰ সম্প্ৰচাৰ ২০১৫ চনৰ পৰা হিন্দী সাধাৰণ মনোৰঞ্জন চেনেলৰ শিতানত সৰ্বাধিক দৰ্শকে উপভোগ কৰিছে।

Apply Now

এই তথ্য বাৰ্ক (Broadcast Audience Research Council)-নীলচনৰ। বাৰ্কে ২০১৫ চনৰ পৰাহে টিভিৰ দৰ্শকৰ তথ্য সংগ্ৰহ কৰি আহিছে।

সেয়ে ৰামায়ণৰ পুনৰ সম্প্ৰচাৰৰ প্ৰথম দৰ্শনীৰ দৰ্শকসংখ্যা বাৰ্কৰ সংগৃ্হীত তথ্যৰ ভিতৰত সৰ্বকালৰ সৰ্বাধিক।

২৮ মাৰ্চ শনিবাৰৰ পৰা সম্প্ৰচাৰ হোৱা ধাৰাবাহিকখন দেওবাৰে গধূলি ৫.১ কোটি দৰ্শকে উপভোগ কৰিছে।

শনিবাৰে পুৱা ৯ বজাত পুনৰ সম্প্ৰচাৰৰ প্ৰথম শ্ব’টোত ৩.৪ কোটি, শনিবাৰে গধূলি ৯ বজাত ৪.৫ কোটি আৰু দেওবাৰে পুৱা ৪ কোটি লোকে দৰ্শন কৰিছে।

মেট্ৰ’সমূহকে ধৰি নগৰ অঞ্চলৰ লোকে এই মেগা ধাৰাবাহিকখন অধিক চোৱা পৰিলক্ষিত হৈছে।

অৰুণ গোভিলে ৰাম, দাৰা সিঙে হনুমানৰ চৰিত্ৰত অভিনয় কৰা ৰামানন্দ সাগৰৰ এই ধাৰাবাহিকখনে পূৰ্বেও অভূতপূৰ্ব জনপ্ৰিয়তা আৰ্জন কৰিছিল।

ধাৰাবাহিকখনৰ অভিনেতা-অভিনেত্ৰীসকলক বহুতে সাক্ষাৎ ঈশ্বৰজ্ঞান কৰিছিল আৰু ইয়াৰ দৰ্শনীৰ সময়ত ভাৰতৰ ৰাষ্টা-ঘাট জনশূন্য হৈ পৰিছিল।

কেৱল টিভিয়ে নহয়, ইউটিউবতো ৰামায়ণৰ সম্প্ৰচাৰৰ পিছৰ পৰা দূৰদৰ্শনৰ দৰ্শকসংখ্যা ১০০ শতাংশলৈকে বৃদ্ধি পাইছে।

কেৱল ৰামায়ণেই নহয় মহাকাব্য মহাভাৰত আধাৰিত আন এখন মেগা ধাৰাবাহিক মহাভাৰতৰ লগতে চুপাৰহিৰ’ কাহিনী শক্তিমান, চাৰ্কাছ, ব্যোমকেশ বক্সি আদিও দূৰদৰ্শনে পুনৰ সম্প্ৰচাৰ কৰিবলৈ লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd