• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজামুদ্দিন, অসমৰ বাহিৰৰ পৰা অহা লোকলৈ শেষ আহ্বান আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 8:39 pm
COVID-19 positive cases reach 196 in Assam Police

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে নিজামুদ্দিন মাৰ্কাজ বা ক’ভিড১৯ সংক্ৰমিত যিকোনো স্থানৰ পৰা শেহতীয়াকৈ ৰাজ্যলৈ অহা লোকসকলক স্বাস্থ্য কেন্দ্ৰলৈ আহিবলৈ শেষ আহ্বান জনাইছে।

এতিয়াও স্বাস্থ্য কেন্দ্ৰলৈ নহাসকলক মঙলবাৰ, পুৱা ৬ বজাৰ ভিতৰত আহি স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ নহ’লে ১০৪ ডায়েল কৰি সবিশেষ জনাবলৈ আহ্বান জনোৱা হৈছে।

Apply Now

ইয়াৰ পিছতো এই কাম নকৰাসকল, তেওঁলোকক আশ্ৰয় দিয়াসকল বা তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে জনাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱা হৈছে।

অসম আৰক্ষীৰ জৰুৰী জাননীত কোৱা হৈছে যে এনে লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আৰু দুৰ্য্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ প্ৰাসংগিক ধাৰাৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ’ব।

URGENT ALERT pic.twitter.com/p1krfj6n0x

— Assam Police (@assampolice) April 6, 2020

ইতিমধ্যে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেলযোগে অনুৰূপ ঘোষণা কৰিছিল।

তেওঁ কয় যে সোমবাৰৰ পিছত ধৰা পৰা বা ওলাই অহা জামাতিসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গোচৰ ৰুজু কৰিব।

“আজিৰ পাছত যিসকলে ধৰা দিব বা ওলাই আহিব সেইসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু হ’ব যে বাৰেপতি অনুৰোধ জনোৱাৰ পাছতো তেওঁলোক কিয় ওলাই অহা নাছিল?” মন্ত্ৰী শৰ্মাই কয়।

অসমৰ ২৬ গৰাকী ক’ভিড-১৯ আক্ৰান্তৰ ২৫ গৰাকীৰেই নিজামুদ্দিনৰ ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ পিছতো তালৈ যোৱা একাংশ লোকে এতিয়াও স্বাস্থ্য বিভাগৰ কাষ চপা নাই।

নিজামুদ্দিন মাৰ্কাজলৈ যোৱা জামাতিৰ তালিকা অসম চৰকাৰৰ হাতত থকা বুলিও মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰক এতিয়ালৈকে জামাতিৰ ৪ খন তালিকা যোগান ধৰিছে।

তেওঁ কয় যে ৰাজ্য চৰকাৰৰ মতে অসমৰ পৰা নিজামুদ্দিনৰ জামাতলৈ যোৱা লোকৰ সংখ্যা ৮৩১ গৰাকী হ’ব লাগে।

তেওঁ লগতে জনাই যে নিজামুদ্দিনৰ পৰা অহা লোকৰ ৬১৭টা নমুনা সংগ্ৰহৰ কথা আছিল আৰু বৰ্তমানলৈকে ৪৯১টা নমুনা সংগ্ৰহ কৰা হৈছে।

১২৮টা নমুনা সংগ্ৰহ কৰিবলৈ বাকী আছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

নিজামুদ্দিনৰ জামাতৰ পিছতে দেশজুৰি ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হঠাতে বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে নিজামুদ্দিনৰ সমাৱেশে দেশৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰভাৱ পেলাইছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd