• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ লকডাউন ১৪ এপ্ৰিলতকৈ বঢ়াই দিয়া হ’ব পাৰে

দিল্লীৰ উপ মুখ্য মন্ত্ৰী মনীষ চিচ’দিয়াৰ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 7:32 pm
5 persons test COVID-19 positive in Assam on Thursday

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ পৰিস্থিতি বাহাল থাকিলে দিল্লীত ১৪ এপ্ৰিলৰ পিছলৈকে লকডাউন বৃদ্ধি কৰা কৰা হ’ব পাৰে।

দিল্লীৰ উপ মুখ্য মন্ত্ৰী মনীষ চিচ’দিয়াই কৰিছে এই মন্তব্য।

Apply Now

অহা এসপ্তাহত দিল্লীৰ পৰিস্থিতি আগতীয়াকৈ পূৰ্বানুমান কৰিবলৈ অস্বীকাৰ কৰি মন্ত্ৰীজনে এই মন্তব্য কৰিছে।

“পৰিস্থিতি যদি বাহাল থাকে লকডাউন বঢ়াই দিয়াৰ এক প্ৰয়োজন থাকিব পাৰে কাৰণ ঘটনাসমূহ বাঢ়ি আছে।…মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীয়ে সাধাৰণ ৰাইজৰ স্বাৰ্থত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব,” চিচ’দিয়াৰ মন্তব্যৰে আপৰ টুইট।

কৰ’নাভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে দিল্লীৰ ২৩টা ঠাইত লকডাউন কঠোৰ কৰি দিয়া হৈছে।

ৰাজধানী দিল্লীত এতিয়ালৈকে ৬৬৯ গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। ২১ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে নজন মৃত্যুমুখত পৰিছে।

ইতিমধ্যেই ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে ওড়িছা চৰকাৰে ৩০ এপ্ৰিললৈকে লকডাউনৰ সীমা বৃদ্ধি কৰিছে।

ওড়িছাত শিক্ষানুষ্ঠানসমূহ ১৭ জুনলৈকে বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যখনে ৩০ এপ্ৰিললৈকে ৰেল আৰু বিমান সেৱা মুকলি নকৰিবলৈ কেন্দ্ৰক অনুৰোধ কৰিছে।

তেলেংগানা চৰকাৰেও কেন্দ্ৰক লকডাউন বঢ়াই দিবলৈ অনুৰোধ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ এপ্ৰিলত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য মন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হ’ব।

সেই বৈঠকৰ পিছতে ১৪ এপ্ৰিললৈকে থকা দেশজোৰা লকডাউন সন্দৰ্ভত প্ৰধান মন্ত্ৰী এক চূড়ান্ত সিদ্ধান্তলৈ আহিব বুলি ধাৰণা কৰা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd