• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা উপায়ুক্তৰে সাংসদ তপন গগৈৰ বৈঠক; কভিড-১৯ সন্দৰ্ভত আলোচনা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 24, 2020 7:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ সৈতে এক বৈঠকত মিলিত হয়।

বৈঠকত কভিড-১৯ সন্দৰ্ভত শিৱসাগৰ জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয়। দিল্লীৰ পৰা আহি হোম কুৱাৰেণ্টাইনত থকা সাংসদগৰাকীয়ে ২২ এপ্ৰিলত কুৱাৰেণ্টাইন সামৰি কালি মুখ্য মন্ত্ৰীৰ লগত চৰাইদেউ জিলা উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে চৰাইদেউ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিছিল আৰু সন্ধিয়ালৈ নাজিৰাৰ মহকুমাধিপতিৰ সৈতে নাজিৰাৰ নৱোদয় বিদ্যালয়ৰ কুৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছিল।

Apply Now

আজি গগৈয়ে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ সৈতে বৈঠকত মিলিত হৈ জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। তাৰ পিছতে সাংসদগৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়খনৰ সকলো বিভাগ পৰিদৰ্শন কৰে।

চিকিৎসালয় পৰিদৰ্শন কালত সাংসদ গগৈয়ে চিকিৎসালয়খনত নিমাৰ্ণ হৈ থকা এটি নতুন বিল্ডিঙৰ কাম যথেষ্ট লেহেমীয়া হোৱা দেখা পাই ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰেই নিমাৰ্ণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd