• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বস্তিৰ নিশ্বাস! ঘৰমুৱা হ’ল মহানগৰীত আৱদ্ধ বিভিন্ন স্থানৰ সহস্ৰাধিক লোক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 25, 2020 2:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত স্বস্তিৰ নিশ্বাস পেলাইছে মহানগৰীত আৱদ্ধ হৈ থকা অসমৰ বিভিন্ন স্থানৰ সহস্ৰাধিক লোকে।

চৰকাৰী বাছেৰে বিনামূলীয়াকৈ ঘৰমুৱা হৈছে বহুসংখ্যক লোক। ইয়াৰ লগতে আজিৰ দিনটোত চৰকাৰী বাহনেৰে ঘৰলৈ যাবলৈ সাজু হৈছে আৱদ্ধ হৈ থকা সহস্ৰাধিক লোক।

Apply Now

উল্লেখযোগ্য যে, গুৱাহাটীত আৱদ্ধ হৈ থকা সহস্ৰাধিক লোকক শনিবাৰ, দেওবাৰ আৰু সোমবাৰে চৰকাৰী বাছেৰে বিনামূলীয়াকৈ বিভিন্ন জিলাৰ বাসগৃহ অভিমুখে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।

প্ৰথম দিনটোত গুৱাহাটীৰ পৰা যাবলগীয়া লোকসকলৰ বাবে নিৰ্ধাৰিত কৰা ৪ টা স্থান- পল্টনবজাৰ বাছ আস্থান, মাছখোৱা, আই এছ বি টি আৰু আদাবাৰীৰ নিৰ্দিষ্ট স্থানত উপস্থিত হৈছেগৈ আজিৰ টিকট লাভ কৰা যাত্ৰীসকল।

পল্টনবজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়া এগৰাকীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি যাত্ৰীসকলক নিজৰ ঘৰলৈ লৈ যোৱা এই বাছসমূহ প্ৰথমে বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীসমূহলৈ যাব। তাৰ পৰা যাত্ৰীসকল নিজে নিজে গৃহভিমুখে যাব লাগিব।

আজিৰ দিনটোত গুৱাহাটীৰ পল্টন বজাৰৰ পৰা ২৬ খন বাছেৰে বৰপেটা আৰু ১ খন বাছেৰে গোৱালপাৰা অভিমুখে যাত্ৰী লৈ ৰাওনা হ’ব বুলি তেওঁ জনায়।

ঠিক সেইদৰে আদাবাৰী বাছ আস্থানৰ পৰা মুঠ ৪২৫ গৰাকী যাত্ৰী নগাঁও আৰু তেজপুৰ অভিমুখে যাবলৈ সাজু হৈ আছে।

আদাবাৰীৰ পৰা দুয়োটা স্থানলৈ যাব ২৫ খন ASTC বাছ।

ঠিক তেনেদৰে ISBTৰ পৰা শিৱসাগৰ, ডিব্ৰুগড়, ধুবুৰী কে ধৰি দুৰণিবতীয়া জিলালৈ লোকসকলক নিয়াৰ ব্যৱস্থা কৰিছে। সেই পইন্টতো ২০-২৫ খন বাছ যাত্ৰীৰ বাবে সাজু হৈ আছে।

গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্ধাৰিত পইন্টলৈ এ এছ টি চিৰ ৩০ খন চিটি বাছৰ লগতে প্ৰয়োজন সাপেক্ষে যাত্ৰীয়ে বু’ক কৰিৰ পৰাকৈ ১০০ খন উবেৰৰ ব্যৱস্থাও কৰা হৈছে বুলি জানিব পৰা গৈছে ।

সামাজিক দূৰত্বৰ কথা লক্ষ্য ৰাখি এখন বাছত ১৬ গৰাকী যাত্ৰীকহে পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। লগতে চাৰিওতা স্থানত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

প্ৰায় দেৰমাহ সময় লকডাউনৰ ফলত গুৱাহাটীত আবদ্ধ হৈ থকাৰ বাবে বহু বিপদৰ সন্মুখীন হৈছে লোকসকল। আজি নিজ বাসগৃহলৈ যাবলৈ সুবিধা লাভ কৰাত আনন্দিত হৈ পৰিছে যাত্ৰীসকল।

ইপিনে, ব্যক্তিগত বাহন থকা ১২,২০৬ জন ব্যক্তি ইতিমধ্যে শনিবাৰৰ দিনটোত গৃহাভিমুখে ৰাওনা হোৱাৰ বাবে জিলা উপায়ুক্তৰ পৰা অনুমতি লাভ কৰিছে। তদুপৰি ২৬ আৰু ২৭ এপ্ৰিলত যাব পৰাকৈ ১৯ হাজাৰ লোকলৈ এনে পাছ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

মহানগৰীত ১০০০ গৰাকী ব্যক্তিগত বাহন থকা লোকক অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্তই। ১২০০ লোকৰ আবেদন বাতিল কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd