• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমগ্ৰ ৰাজ্যত নিষিদ্ধ নহয় গাহৰি মাংসৰ বিক্ৰী; নিষিদ্ধ কোন কোন জিলাত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 26, 2020 1:31 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যতে নিষিদ্ধ হোৱা নাই গাহৰি মাংস বিক্ৰী। ৰাজ্যৰ পশুপালন বিভাগে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।

ৰাজ্যৰ ৬খন জিলাতহে গাহৰি মাংসৰ বিক্ৰী আৰু সৰবৰাহ বন্ধ থাকিব। ধেমাজি, উত্তৰ লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড় আৰু শিৱসাগৰত নিষিদ্ধ গাহৰি বিক্ৰী আৰু সৰবৰাহৰ ব্যৱস্থা।

Apply Now

পশুপালন বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদে শনিবাৰে নিশা এক জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা।

উল্লেখযোগ্য যে এই জিলাকেইখনত এইপৰ্যন্ত প্ৰায় ২০০০ গাহৰি swine fever (গাহৰি জ্বৰ)ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। ইতিমধ্যে মৃত গাহৰিৰ তেজৰ নমুনা ভূপাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

শনিবাৰে কৃষি মন্ত্ৰী অতুল বৰাই swine feverৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল। অৱশ্যে নিশালৈ পশুপালন বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদে এই নিষেধাজ্ঞা কেৱল ৬খন জিলাতহে প্ৰযোজ্য হ’ব বুলি জনায়।

পশুপালন বিভাগে ৰাজ্যৰ সমূহ গাহৰি ফাৰ্মত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে। যদি গাহৰিৰ অস্বাভাৱিক আচৰণ বা তমোময় জ্বৰ হোৱা গম পাই তেন্তে মহকুমা বা জিলা প্ৰশাসনক আৰু পশু চিকিৎসালয়ত জনোৱাৰ নিৰ্দেশ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd