• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০ কোটি মানুহক আক্ৰান্ত, ৩ নিযুতৰ প্ৰাণ ল’ব পাৰে বিশ্বজুৰি কৰ’নাভাইৰাছে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2020 8:33 pm
COVID19: We can overcome – students should give priority to their mental health

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এশ কোটি লোক বিশ্বজুৰি কৰ’নাভাইৰাছত আক্ৰান্ত হ’ব পাৰে, যদিহে বিপদসাধ্য দেশসমূহক তৎকালে সাহায্য আগবঢ়োৱা নহয়।

ইণ্টাৰনেচনেল ৰেছকিউ কমিটি নামৰ এটা এমেৰিকান আৰ্থিক আৰু মানৱীয় সাহায্যকাৰী সংস্থাই এই আশংকা প্ৰকাশ কৰিছে।

Apply Now

সংস্থাটোৱে ইয়াৰ প্ৰতিবেদনত আশংকা প্ৰকাশ কৰিছে যে এই সংখ্যা বিশ্বজুৰি আনুমানিক ৫০০ মিলিয়নৰ পৰা এক বিলিয়ন হ’ব।

আৰু সংঘৰ্ষ-আক্ৰান্ত আৰু অস্থিৰ দেশসমূহক সামৰি ৩ মিলিয়নকৈয়ো অধিক লোকৰ এই ৰোগত মৃত্যু হ’ব পাৰে।

সংস্থাটোৰ এই প্ৰতিবেদন বিশ্ব স্বাস্থ্য সংস্থা আৰু লণ্ডনৰ ইম্পিৰিয়েল কলেজৰ তথ্য আৰু মডেলক ভিত্তি কৰি যুগুত কৰা হৈছে।

মহামাৰী ভাইৰাছবিধৰ সংক্ৰমণৰ গতি বিশ্বজুৰি হ্ৰাস কৰাৰ বাবে আৰ্থিক আৰু মানৱীয় সহায়ৰ প্ৰয়োজন বুলি সংস্থাটোৱে মত প্ৰকাশ কৰিছে।

“বলিষ্ঠ সঁহাৰিৰ বাবে অলপ মাত্ৰ সময় আছে।…বিশ্বৰ আটাইতকৈ ভগ্ন আৰু যুদ্ধ-বিধ্বস্থ দেশসমূহত এই মহামাৰীৰ সম্পূৰ্ণ, বিধ্বংসী আৰু অসমানুপাতিক হেঁচা অনুভূত হ’বলৈ এতিয়াও বাকী,” বিবিচিৰ বাতৰিত সংস্থাটোৰ উদ্ধৃতি।

“মানৱীয় সহায়ৰ ক্ষেত্ৰত যিকোনো অন্তৰায় আঁতৰ কৰাৰ বাবে চৰকাৰসমূহে একেলগে কাম কৰিবই লাগিব।”

সংস্থাটোৱে কয় যে আফগানিস্তান আৰু ছিৰিয়াৰ দৰে বিধ্বস্ত দেশত এক বৃহৎ মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰা আঁতৰি থাকিবলৈ জৰুৰী পুঁজিৰ প্ৰয়োজন।

ইউ এছস্থিত সংস্থাটোৱে লগতে কয় যে ঘৰৰ আকাৰ, জনসংখ্যাৰ ঘনত্ব, স্বাস্থ্য ব্যৱস্থাৰ সক্ষমতা আৰু পূৰ্বৰে পৰা সংঘাত আদি সকলো উপাদানে ৰোগবিধৰ গুৰুতৰ প্ৰাদুৰ্ভাৱৰ শংকা বঢ়াই তুলিব।

এমেৰিকাৰ জন্স হপকিনছ ইউনিভাৰ্ছিটিৰ মতে বিশ্বত এতিয়ালৈকে ৩ নিযুত লোকক ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত কৰা হৈছে আৰু ২ লাখৰ ওপৰ লোক মৃত্যুমুখত পৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd