• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০০ কোটি মানুহক আক্ৰান্ত, ৩ নিযুতৰ প্ৰাণ ল’ব পাৰে বিশ্বজুৰি কৰ’নাভাইৰাছে

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 28, 2020 8:33 pm

2 min read

COVID19: We can overcome – students should give priority to their mental health

প্ৰতিনিধিত্বমূলক ফটো

3.8k
VIEWS
Share on FacebookShare on Twitter

এশ কোটি লোক বিশ্বজুৰি কৰ’নাভাইৰাছত আক্ৰান্ত হ’ব পাৰে, যদিহে বিপদসাধ্য দেশসমূহক তৎকালে সাহায্য আগবঢ়োৱা নহয়।

ইণ্টাৰনেচনেল ৰেছকিউ কমিটি নামৰ এটা এমেৰিকান আৰ্থিক আৰু মানৱীয় সাহায্যকাৰী সংস্থাই এই আশংকা প্ৰকাশ কৰিছে।

সংস্থাটোৱে ইয়াৰ প্ৰতিবেদনত আশংকা প্ৰকাশ কৰিছে যে এই সংখ্যা বিশ্বজুৰি আনুমানিক ৫০০ মিলিয়নৰ পৰা এক বিলিয়ন হ’ব।

আৰু সংঘৰ্ষ-আক্ৰান্ত আৰু অস্থিৰ দেশসমূহক সামৰি ৩ মিলিয়নকৈয়ো অধিক লোকৰ এই ৰোগত মৃত্যু হ’ব পাৰে।

সংস্থাটোৰ এই প্ৰতিবেদন বিশ্ব স্বাস্থ্য সংস্থা আৰু লণ্ডনৰ ইম্পিৰিয়েল কলেজৰ তথ্য আৰু মডেলক ভিত্তি কৰি যুগুত কৰা হৈছে।

মহামাৰী ভাইৰাছবিধৰ সংক্ৰমণৰ গতি বিশ্বজুৰি হ্ৰাস কৰাৰ বাবে আৰ্থিক আৰু মানৱীয় সহায়ৰ প্ৰয়োজন বুলি সংস্থাটোৱে মত প্ৰকাশ কৰিছে।

“বলিষ্ঠ সঁহাৰিৰ বাবে অলপ মাত্ৰ সময় আছে।…বিশ্বৰ আটাইতকৈ ভগ্ন আৰু যুদ্ধ-বিধ্বস্থ দেশসমূহত এই মহামাৰীৰ সম্পূৰ্ণ, বিধ্বংসী আৰু অসমানুপাতিক হেঁচা অনুভূত হ’বলৈ এতিয়াও বাকী,” বিবিচিৰ বাতৰিত সংস্থাটোৰ উদ্ধৃতি।

“মানৱীয় সহায়ৰ ক্ষেত্ৰত যিকোনো অন্তৰায় আঁতৰ কৰাৰ বাবে চৰকাৰসমূহে একেলগে কাম কৰিবই লাগিব।”

সংস্থাটোৱে কয় যে আফগানিস্তান আৰু ছিৰিয়াৰ দৰে বিধ্বস্ত দেশত এক বৃহৎ মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰা আঁতৰি থাকিবলৈ জৰুৰী পুঁজিৰ প্ৰয়োজন।

ইউ এছস্থিত সংস্থাটোৱে লগতে কয় যে ঘৰৰ আকাৰ, জনসংখ্যাৰ ঘনত্ব, স্বাস্থ্য ব্যৱস্থাৰ সক্ষমতা আৰু পূৰ্বৰে পৰা সংঘাত আদি সকলো উপাদানে ৰোগবিধৰ গুৰুতৰ প্ৰাদুৰ্ভাৱৰ শংকা বঢ়াই তুলিব।

এমেৰিকাৰ জন্স হপকিনছ ইউনিভাৰ্ছিটিৰ মতে বিশ্বত এতিয়ালৈকে ৩ নিযুত লোকক ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত কৰা হৈছে আৰু ২ লাখৰ ওপৰ লোক মৃত্যুমুখত পৰিছে।

Tags: COVID-19

Recent News

WhatsApp Image 2021-03-07 at 10.50.13 AM

জোনবাইৰ দেশলৈ বিনা খৰচতে যোৱাৰ সুযোগ! চাওক, কোনে দিছে এই অ’ফাৰ…

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd