• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গান্ধীবাদী, মুক্তিযোদ্ধা পদ্মশ্ৰী হেম ভড়ালীৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2020 9:08 pm
Assam: Indian freedom fighter, Gandhian Hema Bharali no more

পদ্মশ্ৰী হেম ভৰালী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্ষীয়ান মুক্তিযোদ্ধা, গান্ধীবাদী নেত্ৰী, পদ্মশ্ৰী হেম ভড়ালী আৰু নাই।

বুধবাৰে বিয়লি ৩.৩০  বজাত গুৱাহাটীৰ পূব–শৰণীয়াস্থিত নিজ বাসগৃহত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱন্ত দলিল বুকুত বান্ধি লৈ ফুৰা স্বৰাজ আন্দোলনৰ বীৰ সেনানী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

Apply Now

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ।

তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলক মৰণোত্তৰ দেহদান কৰি থৈ গৈছে। মৃত্যুৰ পিছতে তেখেতৰ দেহ চিকিৎসা মহাবিদ্যালয়খনলৈ অনা হয়।

ভাৰত চৰকাৰে পদ্মশ্ৰী, জাতীয় সংহতি বঁটা আদি বিভিন্ন সন্মানেৰে বিভূষিত কৰা স্বাধীনতা সংগ্ৰামী হেম ভড়ালীয়ে ’৪২ৰ আন্দোলনত কেইবাবাৰো কাৰাবাস খাটিছিল।

বিনোৱা ভাৱেৰ ‘ভূদান যজ্ঞ‘ত সক্ৰিয়ভাৱে অংশ লৈ তেখেতে ৰঙিয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পদব্ৰজে  প্ৰচাৰ কাৰ্য্য চলাই জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল।

ৱৰ্ধাত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি পিছলৈ তেখেতে গুৱাহাটীৰ পূব–শৰণীয়াত ‘কস্তুৰবা আশ্ৰম‘ স্থাপনত আগভাগ লৈ গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত গুৰিব’ঠা হাতত লৈছিল।

কস্তুৰবা আশ্ৰমত সুদীৰ্ঘ দিন ধৰি সমাজ সংস্কাৰৰ কামত ব্ৰতী হৈ থকা ভাৰতৰ সংগ্ৰামী ইতিহাসৰ মহীৰূহ হেম ভড়ালীয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাক একগোট কৰি আত্মসহায়ক গোট স্থাপন কৰি বোৱা–কটা, খাদী–গ্ৰামোদ্যোগ আদিৰ জৰিয়তে স্ব-নিয়োজনৰ পথ দেখুৱাৰ লগতে গান্ধী– দৰ্শন আৰু গ্ৰাম–স্বৰাজৰ সপোন বাস্তৱায়িত কৰিছিল।

ঢকুৱাখনাত শৈশৱ অতিবাহিত কৰা হেম ভড়ালীয়ে লাভ কৰিছিল অসম চৰকাৰৰ মুক্তিযুঁজাৰু পেঞ্চনকে ধৰি বহু সন্মান।

মুক্তিযুঁজাৰুগৰাকীৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

তেখেতৰ মৃত্যুত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰী, নিখিল ভাৰত মুক্তিযুঁজাৰু সমিতিৰ উপ–সভাপতি তথা অসম ৰাজ্যিক মুক্তিযুঁজাৰু  সন্মিলনীৰ সভাপতি কৃষ্ণ লহকৰ, কামৰূপ (মহানগৰ) ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য, ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ প্ৰমুখ্যে সমাজৰ বহু গণ্য–মান্য লোকে গভীৰ শোক প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd