• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আমেৰিকাত কোভিড১৯ত আক্ৰান্ত হৈ ১ লাখ লোকৰ মৃত্যু ঘটিব!’; ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2020 2:40 pm
_112100915_bfdac47f-7726-4774-b131-458aeccedfce
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ প্ৰায় ১ লাখ লোকৰ মৃত্যু হ’ব পাৰে বুলি সতৰ্কবাণী কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

এই পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰত কোভিড ১৯-ত আক্ৰান্ত হৈ ৬৭,০০০ লোকৰ মৃত্যু হৈছে।

Apply Now

আনহাতে এই বছৰৰ শেষৰফালে ক’ৰ’না ভাইৰাছৰ ভেকচিন তৈয়াৰ হৈ উঠিব বুলি ট্ৰাম্প আশাবাদী। অৱশ্যে দেশখনৰ চিকিৎসা বিশেষজ্ঞসকলৰ মতে ভেকচিন তৈয়াৰ কৰিবলৈ আৰু ১২ৰ পৰা ১৮ মাহ সময় লাগিব।

‘মই ভাৱো এই বছৰৰ শেষৰফালে আমি এটা ভেকচিন পাম। ডাক্তৰসকলে ক’ব, আপুনি সেইটো ক’ব নালাগিছিল। মই যি ভাৱো তাকেই ক’ম…মই ভাৱো আমি সোনকালেই এটা ভেকচিন উলিয়াব পাৰিম।’ Fox Newsৰ আগত ট্ৰাম্পে কয়।

অৱশ্যে দেশখনৰ এগৰাকী শীৰ্ষ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডা০ এন্থনি ফাউচি আৰু ইংলেণ্ডৰ মুখ্য চিকিৎসা বিষয়া ক্ৰিছ হুৱাইটিয়ে ট্ৰাম্পৰ এই অনুমান মানি লোৱা নাই।

ডাঃ ফাউচিয়ে ইতিমধ্যে কৈছে যে কোভিড১৯ৰ ভেকচিন আৱিস্কাৰ কৰিবলৈ আৰু ১৮ মাহ লাগিব। আনহাতে প্ৰফেচৰ হুৱাইটিৰ মতে অহা বছৰ মানতহে কাৰ্যক্ষম ভেকচিন উদ্ভাৱন কৰা সম্ভৱপৰ হ’ব।

উক্ত সাক্ষাৎকাৰত ট্ৰাম্প প্ৰশাসনে ক’ৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণত ব্যৰ্থ হোৱা বুলি উঠা অভিযোগ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে খণ্ডন কৰে।

ক’ৰ’নাৰ উৎপত্তি আৰু সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চীনে গাফিলতি কৰিলে বুলি পুনৰ অভিযোগ কৰে ট্ৰাম্পে। ‘মই ভাবো তেওঁলোক ডাঙৰ ভুল কৰিলে আৰু তেওঁলোকে স্বীকাৰ কৰিব খোজা নাই। আমি তালৈ যাব খুজিছো। তেওঁলোকে আমাক যোৱাতো বিচৰা নাই।’ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd