• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ বাবে কমিল ৮০শতাংশ ভাৰতীয়ৰ উপাৰ্জন; বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো ৰাজ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2020 12:03 pm
Migrant-workers-Fleeing-to-their-Hometown-1024x522

প্ৰতিনিধিত্বমূলক প্ৰব্ৰজিত শ্ৰমিকৰ ঘৰমুৱা যাত্ৰাৰ ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ ফলত ৮০শতাংশতকৈয়ো অধিক ভাৰতীয় লোকৰ উপাৰ্জন কমি গৈছে।

আনহাতে, এনে বহু লোক আছে যাৰ বাবে সাহায্য অবিহনে বেছিদিন বৰ্তি থকাটো কঠিন হৈ পৰিব।

Apply Now

চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চি এম আই ই) নামৰ সংস্থাটোৱে ২৭খন ৰাজ্যত চলোৱা এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে।

সমীক্ষা অনুসৰি, দেশৰ ৮৪শতাংশ লোক  মাহে ৩৮০১ টকা উপাৰ্জন কৰে তেওঁলোকৰ উপাৰ্জনত বেয়াকৈ প্ৰভাৱ পৰিছে।

অধ্যয়নকাৰীসকলে লাভ কৰা তথ্য মতে গ্ৰাম্যাঞ্চলত কাম-উপাৰ্জনত আটাইতকৈ বেয়া প্ৰভাৱ পৰিছে। অৱশ্যে, এই অঞ্চলসমূহত কৰ’নাৰ সংক্ৰমণ বহুত কম।

দেসৰ ১৩০ কোটি জনসংখ্যাৰ গৰিষ্ঠ সংখ্যক শ্ৰেণীৰ অৱস্থান শোচনীয় হৈ পৰিছে।

সমীক্ষাটোত দেশৰ ৫৮০০টা পৰিয়ালৰ সৈতে এপ্ৰিল মাহত সমীক্ষা চলোৱা হৈছিল।

য়ুনিভাৰ্ছিটি অফ চিকাগোৰ অৰ্থনীতিৰ অধ্যাপক মাৰীন বোৰ্টেড আৰু চিএমআইইৰ প্ৰধান অৰ্থনীতিবিদ কৌশিক কৃষ্ণনে সমীক্ষাটোৰ তথ্যসমূহ বিশ্লেষণ কৰিছিল।

লকডাউনৰ ফলত দেশৰ পাঁচখন ৰাজ্য আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যকেইখন হৈছে ত্ৰিপুৰা, ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড আৰু হাৰিয়ানা।

সমীক্ষাটোৰ মতে ৩৪ শতাংশ পৰিয়ালে জানিবলৈ দিয়ে যে আন কোনো সাহায্য অবিহনে এসপ্তাহো চলিব নোৱাৰিব।

সমীক্ষা অনুসৰি, উচ্চ হাৰত দৰমহা লাভ কৰা লোকৰ উপাৰ্জন কম হ্ৰাস পাইছে।

কিয়নো স্থায়ী চাকৰি থকা এই লোকসকলে লকডাউনৰ সময়ত ঘৰৰ পৰা কাম কৰাৰ বিকল্প সুযোগ লাভ কৰিছে।

সাধাৰণ উপাৰ্জনৰ লোকৰ ভিতৰত কৃষিৰ লগত জড়িত তথা খাদ্য ব্যৱসায়ৰ সৈতে জড়িত শ্ৰমিকেহে কাম লাভ কৰিবলৈ সক্ষম হৈছে।

চিএমআইইৰ লগতে আন সংস্থাৰ সমীক্ষা অনুসৰি, দেশত ২৫ মাৰ্চৰ লকডাউন ঘোষণা কৰাৰ পাছত এমাহৰ ভিতৰত ১০ কোটি ভাৰতীয়ই সংস্থাপন হেৰুৱাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd