• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ বন্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 1:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূবত বিজেপিৰ ভেটি শক্তিশালী কৰিবলৈ চলোৱা মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি নাগালেণ্ডৰ টিৱেনচাঙত বিজেপিৰ এক বিশাল সমাৱেশক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

দিনৰ প্ৰায় ১১.২৪ বজাত পাহাৰীয়া ৰাজ্যখনত উপস্থিত হৈ মোডীয়ে স্বভাৱসুলভভাৱে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰসংগ উত্থাপন কৰি কয়: যোগাযোগ ব্যৱস্থা হৈছে ৰাজ্যখনৰ মুখ্য সমস্যা।আমাৰ চৰকাৰখনে এই সমস্যা দূৰ কৰিবলৈ চেষ্টা আব্যাহত ৰাখিছে।

মাত্ৰ ৪ বছৰতকৈও কম সময়ৰ ভিতৰত আমাৰ চৰকাৰখনে ৫০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে।আমি নাগালেণ্ডৰ পথ উন্নয়নৰ বাবে আৰু ১০,০০০ কৌটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছো। নাগালেণ্ডৰ প্ৰাণকেন্দ্ৰস্বৰূপ কহিমাক স্মাৰ্ট চিটি ৰূপে গঢ় দিবলৈ কেন্দ্ৰই ১৮০০ কৌটি টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Nagaland.jpgআনহাতে উত্তৰ পূবৰ প্ৰসংগ উত্থাপন কৰি মোডীয়ে কয় যে পৰিবহণৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ পৰিবৰ্তনে আমাৰ লক্ষ্য। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন অসম্ভৱ।

তেওঁ লগতে কেন্দ্ৰই উন্নয়নৰ বাবে মুকলি কৰা পুঁজি যাতে ৰাইজে লাভ কৰিবলৈ সক্ষম হয় সেই কথাটোত জোৰ দিয়ে।

আনহাতে ঐতিহাসিক নাগা সমস্যা সমাধানৰ বাবে আলোচনাৰ সকলো দুৱাৰ মুকলি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে নাগালেণ্ডৰ উন্নতিৰ বাবে উত্থাপন হোৱা প্ৰতিটো শব্দকে কেন্দ্ৰই সন্মাই জনাব বুলি প্ৰকাশ কৰে।

বিশাল জনসভাখনত মোডীয়ে লগতে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। আনাহাতে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে কেন্দ্ৰই নতুনকৈ ৮,৫০০ গৃহ নিৰ্মাণৰ বাবে মঞ্জুৰি দিয়া বুলি উল্লেখ কৰে প্রধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বাবে ৪০০ কৌটি টকা মুকলি কৰিব বুলি ঘোষণা কৰে।

উল্লেখ্য যে মোডীৰ এই সভাখনক লৈ পাহাৰীয়া ৰাজ্যখনত ব্যাপক উৎসুকতাই বিৰাজ কৰিছিল।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd