• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘চিণ্ডিকেটৰ অৰ্থ কি আচলতে মই নাজানো’ : ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 18, 2020 9:07 pm
ranjit das
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চিণ্ডিকেটৰ অৰ্থ আচলতে মই নাজানো। চিণ্ডিকেটৰ সংজ্ঞা মই নাজানো৷ চিণ্ডিকেট বুলি ক’লে তাৰ অৰ্থ যিটো অভিধানত যিটো আমি অৰ্থ পাওঁ, ব্যৱহাৰত যিটো হয় সেইটো আকৌ বেলগ হয়।’

আজি এক সংবাদমেলত চিণ্ডিকেট সন্দৰ্ভত সোধা প্ৰশ্নত এই মন্তব্য প্ৰদান কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে৷

Apply Now

দাসে কয় ‘যিদৰে আমাৰ বাছ চিণ্ডিকেট আছে৷ আমাৰ প্ৰত্যেক ঠাইতে বাছ চিণ্ডিকেট আছে৷ কংগ্ৰেছ আমোলৰ দিনৰ পৰা এই কথাটো শুনি আছো৷ এতিয়াও শুনি আছো৷কিন্তু কি চিণ্ডিকেট সেয়া মই বুজি নাপাও।’

লগতে দাসে কয় ‘কিছুমান মানুহে ব্যৱসায় কৰে৷ ব্যৱসায় কৰাটো কি চিণ্ডিকেট নেকি ? কাম হ’ব লাগে তাত আমাৰ বৈধ অবৈধৰ কথা নাহে৷ চিণ্ডিকেট শব্দটোৰ লগত পাৰ্থক্য সেইটোৱে যি অবৈধ কাম আছে।’

লগতে দাসে কয় ‘মুখ্যমন্ত্ৰীয়ে কৈছে দূৰ্নীতিৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব৷ যি ব্যৱস্থা ল’ব লগা আছে সেই ব্যৱস্থা ল’ব বুলি কৈছে৷ এনে যদি কিবা থাকে তেনেহ’লে বিধায়ক হিচাপে আবেদন দিব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত৷ যদি দলৰ বিধায়ক হয় সভাপতি হিচাপে মোক জনাব লাগে৷ লগতে দায়িত্বপূৰ্ণ নাগৰিক হিচাপে আৰক্ষীক এখন এজাহাৰ দিব লাগে৷ এজাহাৰখন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব লাগে।’

‘আজিলৈ  মোক কোনো তেনে অভিযোগ কোনো বিধায়কে দিয়া নাই। মোক যদি নকয় মই কেনেকৈ জানিম। মুখ্যমন্ত্ৰীৰ ওচৰত যদি এখন লিখিত অভিযোগ দিয়ে তেতিয়াতো উত্তৰ আহিবই। যদি দলৰ বিধায়ক হয় মোক জনালে তেওঁক মাতি কথা পাতিম। নতুবা লিখিত ভাবে ৰিপ্লাই দিব লগা হ’লে ৰিপ্লাই দিম।’ সভাপতি দাসে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd