DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘চিণ্ডিকেটৰ অৰ্থ কি আচলতে মই নাজানো’ : ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 18, 2020 9:07 pm
ranjit das
2.7k
VIEWS
Share on FacebookShare on Twitter

‘চিণ্ডিকেটৰ অৰ্থ আচলতে মই নাজানো। চিণ্ডিকেটৰ সংজ্ঞা মই নাজানো৷ চিণ্ডিকেট বুলি ক’লে তাৰ অৰ্থ যিটো অভিধানত যিটো আমি অৰ্থ পাওঁ, ব্যৱহাৰত যিটো হয় সেইটো আকৌ বেলগ হয়।’

আজি এক সংবাদমেলত চিণ্ডিকেট সন্দৰ্ভত সোধা প্ৰশ্নত এই মন্তব্য প্ৰদান কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে৷

দাসে কয় ‘যিদৰে আমাৰ বাছ চিণ্ডিকেট আছে৷ আমাৰ প্ৰত্যেক ঠাইতে বাছ চিণ্ডিকেট আছে৷ কংগ্ৰেছ আমোলৰ দিনৰ পৰা এই কথাটো শুনি আছো৷ এতিয়াও শুনি আছো৷কিন্তু কি চিণ্ডিকেট সেয়া মই বুজি নাপাও।’

লগতে দাসে কয় ‘কিছুমান মানুহে ব্যৱসায় কৰে৷ ব্যৱসায় কৰাটো কি চিণ্ডিকেট নেকি ? কাম হ’ব লাগে তাত আমাৰ বৈধ অবৈধৰ কথা নাহে৷ চিণ্ডিকেট শব্দটোৰ লগত পাৰ্থক্য সেইটোৱে যি অবৈধ কাম আছে।’

লগতে দাসে কয় ‘মুখ্যমন্ত্ৰীয়ে কৈছে দূৰ্নীতিৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব৷ যি ব্যৱস্থা ল’ব লগা আছে সেই ব্যৱস্থা ল’ব বুলি কৈছে৷ এনে যদি কিবা থাকে তেনেহ’লে বিধায়ক হিচাপে আবেদন দিব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত৷ যদি দলৰ বিধায়ক হয় সভাপতি হিচাপে মোক জনাব লাগে৷ লগতে দায়িত্বপূৰ্ণ নাগৰিক হিচাপে আৰক্ষীক এখন এজাহাৰ দিব লাগে৷ এজাহাৰখন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব লাগে।’

‘আজিলৈ  মোক কোনো তেনে অভিযোগ কোনো বিধায়কে দিয়া নাই। মোক যদি নকয় মই কেনেকৈ জানিম। মুখ্যমন্ত্ৰীৰ ওচৰত যদি এখন লিখিত অভিযোগ দিয়ে তেতিয়াতো উত্তৰ আহিবই। যদি দলৰ বিধায়ক হয় মোক জনালে তেওঁক মাতি কথা পাতিম। নতুবা লিখিত ভাবে ৰিপ্লাই দিব লগা হ’লে ৰিপ্লাই দিম।’ সভাপতি দাসে কয়।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd