• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’ণাৰ আতংকঃ ঈদৰ আনন্দৰ সলনি দুখীয়াক সহায়ৰ আহ্বান জমিয়তৰ সভাপতিৰ

‘কাপোৰ কিনাতকৈ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দৰিদ্ৰক দান কৰক : ডুবাইৰ পৰা এই আহ্বান জমিয়তৰ সভাপতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2020 8:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি ক’ৰ’নাৰ ত্ৰাস আৰু সন্মুখত ঈদ-উল ফিটাৰ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো বিভিন্ন প্ৰান্তত একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে ক’ৰ’নাৰ ভয়াৱহতা পাহৰি বজাৰ-সমাৰ কৰিবলৈ ওলাই আহিছে।

Apply Now

তেওঁলোকে লগত কণ-কণ শিশু লৈ অহাৰ লগতে কাপোৰৰ দোকানসমূহত মানি চলা নাই কোনোধৰণৰ সামাজিক দূৰত্ব।

তাক লৈ চিন্তিত হৈ পৰিছে একাংশ সচেতন ইছলাম ধৰ্মাৱলম্বী লোক।

ডুবাইৰ পৰা অসমৰ ইছলাম ধৰ্মী লোকলৈ এক ভিডিঅ’ৰ জৰিয়তে বিশেষ আহ্বান জনাইছে জমিয়তৰ সভাপতি  মৌলানা মুস্তাক আনফৰে।

তেওঁ কয়, ‘ঈদ সন্মুখত। আমি দেখা পাইছো আমাৰ কিছুমান মহিলাই ঈদৰ বজাৰ কৰাত ব্যস্ত। ল’কডাউনত কিছু শিথিলতা আহিছে কিন্তু ভাইৰাছৰ ত্ৰাস শেষ হোৱা নাই। ই কেতিয়া যাব কোনেও ক’ব নোৱাৰে।‘

‘আজি সংবাদ মাধ্যমত দেখিছো লগত ল’ৰা-ছোৱালী লৈ ঈদৰ বজাৰ কৰিবলৈ ওলাই গৈছে য’ত কোনোধৰণৰ সামাজিক দূৰত্ব মানি চলা নাই। আপোনাৰ ভুলৰ বাবে শিশু আৰু পৰিয়াললৈ ধ্বংস নামি আহিব পাৰে।‘ তেওঁ লগতে কয়।

ইছলাম ধৰ্মাৱলম্বী মহিলাসকলক অনুৰোধ জনাই তেওঁ কয়, ‘আল্লাই আমাক মুনিন বনাই পঠাইছে। এইসকল মানুহ প্ৰকৃত মুমিন হ’ব নোৱাৰে যিসকলৰ প্ৰতিবেশী ভোকত থাকিব আৰু আপুনি নিজে পেট ভৰাই খাব।‘

তেওঁ আৰু কয় ‘এই সংকটৰ সময়ত বহু লোক ভোকত মৃত্যুক সাৱটি লৈছে। এই সময়ত যদি ল’ৰা-ছোৱালীৰ কাৰণে কাপোৰ ক্ৰয় কৰাত ব্যস্ত থাকো তেন্তে আমি কি পৰিচয় দিম?’

এই ক’ৰ’নাৰ আতংকৰ মাজতে ঈদৰ আনন্দৰ সলনি জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো দৰিদ্ৰ লোকক সহায়ৰ বাবে তেওঁ আহ্বান জনায়।

‘এই সময়ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিবেশী দৰিদ্ৰ লোকক আৰ্থিক সহায় কৰিব লাগে।এই সময়ত ইয়াতকৈ ডাঙৰ পূণ্য একোৱেই নাই।‘ তেওঁ এইদৰে কয়।

ইপিনে, বৰপেটা অঞ্চলৰ সমাজকৰ্মী চাবেদ ভুঞাই নৰ্থ ইষ্ট নাওৰ জৰিয়তে অসমৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ আহ্বান জনাই কয়, ‘কোনো লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই ঈদৰ বজাৰ কৰিবলৈ নাযাব বা গ’লেও কেতিয়াও নিজৰ সৰু সৰু শিশু আৰু ৬০ বছৰৰ উৰ্দ্ধৰ লোকক লগত লৈ নাযাব।‘

তেওঁ লগতে আহ্বান জনাই কয়, ‘ৰাজহুৱা স্থানত থু-খেকাৰ নেপেলাব আৰু সামাজিক দূৰত্বৰ নীতি-নিৰ্দেশনা ভংগ নকৰিব। লগতে মাস্ক অবিহনে বাহিৰলৈ নোলাব।

তাৎপয্যপূৰ্ণভাৱে, এইটোৱেই আপোনালোকৰ জীৱনৰ শেষ ঈদ নহয় বুলি মন্তব্য কৰি ভুঞাই কয় ‘এইটো আমাৰ এইবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ  ত্যাগ বুলি বিবেচনা কৰক।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd